Breaking

মাটিৰ পাত্ৰত চাহ খোৱা কৰক….

0 1,141

নিশ্চয় কৈ চাহ খাই সকলোৱে ভাল পায়। ভাৰতবৰ্ষত চাহ খাই ভাল নোপোৱা মানুহ খুব কমেই থাকিব । কিন্তু আজিকালি মাটিৰ পাত্ৰত চাহ খোৱা কমি গৈছে । মাটিৰ পাত্ৰত চাহ খোৱাৰ আমেজেই সুকীয়া।

মাটিৰ পাত্ৰত চাহ খোৱাৰ কিছু লাভা লাভঃ

১-বহুতৰে চাহ খোৱাৰ ফলত গেছৰ সমস্যা দেখা দিয়ে কিন্তু মাটিৰ পাত্ৰত চাহ খালে এই সমস্যা নহয়

২-কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰে শৰীৰত মাটিৰ পাত্ৰত চাহ খালে

৩-অকল চাহেই নহয় গাখীৰ পানী আদি পনীয়া সকলো ধৰনৰ বস্তু খাব পাৰি মাটিৰ পাত্ৰত

৪-গৰম চাহ কাপ মাটিৰ পাত্ৰত খালে তাৰ পৰা ওলোৱা সুগন্ধিয়ে ইয়াৰ সোৱাদ দুগুণ বৃদ্ধি কৰে

Leave A Reply