ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ অধিক সজাগ হৈ পৰিছে নগাঁৱৰ ৰাইজ। আজি নগাঁৱৰ ভূঞাপট্টিত স্থানীয় ৰাইজে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰি উত্তম মধ্যম শোধায়। ভূঞাপট্টিৰ এখন গেলামাল দোকানৰ পৰা যুৱকজনে ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ ক্ৰয় কৰা সময়তে স্থানীয় লোকে আটক কৰে যুৱকজনক। ধৃত যুৱকজনৰ পৰা ৰাইজে হেৰ’ইনসহ ড্ৰাগছৰ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ জব্দ কৰে। লগতে চিৰিঞ্জ বিক্ৰী কৰা হবিব নামৰ গেলামাল দোকানীজনকো আটক কৰে ৰাইজে। ধৃত দুয়োকে ৰাইজে উত্তম মধ্যম শোধায় গতাই দিয়ে নগাঁও আৰক্ষীক।
Breaking
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট
- পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী : হাস্পতালত ভৰ্তি
- হাউলীৰ জয়েন বজাৰত জেপিএল প্ৰিমিয়াৰ লীগত ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবৰ বিজয়ৰ খিতাপ অৰ্জন
- বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ ব্যাপক প্ৰস্তুতি
- কৃতি শিক্ষক, অসম আন্দোলনৰ কৰ্মী তথা হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যুত শোক
- SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণা কৰি টিংখাঙক কলংক মুক্ত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলনৰ ঘোষণা
- ডবকা নগৰৰ যান-জঁটৰ সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাজহুৱা অভিযোগ
- জামুগুৰিহাটৰ চেচাসত্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা, গুৰুতৰভাৱে আহত এক
- তেজপুৰত ভাগৱত পাঠ অনুষ্ঠানত মাইক বজোৱা লৈ সংঘাট : মহিলাৰ মৃত্যু
- কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে !