Breaking

ছান্দমাৰীত ড্ৰাগছ বেপাৰী আটক। ৫২টা কন্টেইনাৰ জব্দ

0 538

গুৱাহাটী মহানগৰীতো ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। সোমবাৰে বিয়লি গুৱাহাটীৰ পূৱ শৰণীয়া পথৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে এজন ড্ৰাগছ বেপাৰী আৰু এজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ লগতে ৫২টা ড্ৰাগছ কন্টেইনটাৰ জব্দ কৰে। আয়ুশ আলী ওৰফে পোৱালী নামৰ এই ড্ৰাগছ বেপাৰীটোৱে দীৰ্ঘদিনে নিজৰ ভাৰাঘৰৰ পৰা পত্নীৰ সহযোগত ড্ৰাগছৰ বেহা চলাই আছিল। এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ঘাটিটো উৎখাট কৰাৰ লগতে পোৱালীকো আটক কৰিবলৈ সক্ষম হয়।

Leave A Reply