March 20, 2024 অসম জাতীয় পৰিষদ ত্যাগ দুলু আহমেদৰ… Share FacebookTwitterWhatsAppTelegramKooEmail অসম জাতীয় পৰিষদ প্ৰাথমিক সদস্য পদ ত্যাগ দুলু আহমেদৰ। অজাপৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে দুলু আহমেদে। কিন্তু, জাহাজৰ প্ৰতীকতে বৰপেটাত অৱতীৰ্ণ হ’ব দুলু আহমেদ। আনহাতে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি পত্ৰ দুলু আহমেদৰ। Author: দৈনন্দিন বাৰ্তা Related Articles এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026 মহিলাৰ বাবে বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি দৈনন্দিন বাৰ্তা - May 19, 2026 আজি কেৰালামত নতুন চৰকাৰৰ শপতগ্ৰহণ, শপতগ্ৰহণত উপস্থিত থাকিব ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে দৈনন্দিন বাৰ্তা - May 18, 2026