Breaking

তুৰ্কী আৰু ছিৰিয়াত ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ২৮ হেজাৰলৈ বৃদ্ধি

0 48

তুৰ্কী আৰু ছিৰিয়াত মৃত্যুৰ সংখ্যা ২৮ হেজাৰলৈ বৃদ্ধি। এতিয়াও উদ্ধাৰৰ কাম অব্যাহত আছে। হয়তো আৰু মৃতকৰ সংখ্যাৰ বঢ়াৰ সম্ভাৱনা।

ছিৰিয়াত মৃত্যুৰ সংখ্যা ৩৫৫৩ জন।কহৰামানমাৰাছত সংঘটিত হোৱা মাৰাত্মক ভূমিকম্পৰ পিছতো জীৱিত লোকৰ সন্ধান অব্যাহত থকাৰ সময়তে ধ্বংসাৱশেষৰ মাজত উদ্ধাৰকাৰী কুকুৰৰ সৈতে কাম কৰি আছে।

Leave A Reply