May 31, 2021 ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি।পুৱা ৯.৫১ বজাৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৮। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰৰ পশ্চিম দিশে ৪৪ কিঃমিঃ নিলগত। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰাবাটত প্ৰতিবাদ স্থগিত যদিও বৰ্ণিহাটত মেঘালয়ৰ প্ৰতিবাদ দৈনন্দিন বাৰ্তা - August 23, 2026 বৰপেটাৰ বহৰিত থিয়েটাৰ সূৰ্য্যৰ নাট্য যাত্ৰাৰ মঞ্চ উদ্বোধন গৰিমা শইকীয়া গাৰ্গৰ দৈনন্দিন বাৰ্তা - August 22, 2026 ৰাণীত বীৰ লাচিত সেনাৰ পথ অৱৰোধ দৈনন্দিন বাৰ্তা - August 22, 2026