Breaking

৪.৭ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে মিজোৰামৰ চাম্পাইত…

0 46

সোমবাৰে মিজোৰামৰ চাম্পাইত ৪.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হয় বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)য়ে জানিবলৈ দিয়ে। পুৱা ৬:১৬ বজাত চম্পাইত ভূমিকম্পৰ সৃষ্টি হয়।

ইয়াৰ পূৰ্বে সোমবাৰে নিকোবাৰ দ্বীপৰ কেম্পবেল বে’ত ৩২ কিলোমিটাৰ গভীৰতাত ৰিচাৰ স্কেলৰ ৪.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়।নিকোবাৰ দ্বীপত পুৱা প্ৰায় ২.২৬ বজাত সংঘটিত হয় এই ভূমিকম্প।

Leave A Reply