Breaking

সদায় সুস্থ, সবল হৈ থাকিবলৈ এই ৫ টা শাক-পাচলি দৈনিক খাব…

0 35

সকলোৱে সদায় সুস্থ, সবল হৈ বিচাৰে আৰু বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে। যদি আপুনি সদায় সুস্থ, সবল হৈ থাকিব বিচাৰে তেন্তে কিছুমান শাক-পাচলি দৈনিক খাব লাগিব। শাক-পাচলি খালে শৰীৰটো সম্পূৰ্ণ ফিট হৈ থাকে। সেউজীয়া শাক-পাচলি খোৱাটো আমাৰ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ। শৰীৰটো ফিট কৰি ৰাখিবলৈ ব্ৰকলি খাব লাগে।

খাদ্যত বীনো অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাৰ শৰীৰক সকলো ৰোগৰ পৰা আঁতৰাই ৰাখে আৰু লগতে শৰীৰক কিছু শক্তি প্ৰদান কৰে।

পালেং শাক খাব লাগে। শীতকালত মানুহে পালেং শাক খাই বহুত ভাল পায়। ই আপোনাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

বহুতে কাঠফুলা খাই ভাল পায়। শৰীৰক সুস্থ কৰি ৰখাৰ বাবে ই অতি উপকাৰী। চালাড হিচাপেও খাব পাৰে।

খাদ্যত কবিও অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াত পটাছিয়াম, কেলচিয়াম, কপাৰ আৰু মেগনেছিয়াম থাকে, যিবোৰ শৰীৰক ফিট কৰি ৰাখিবলৈ অতি প্ৰয়োজনীয়।

Leave A Reply