Breaking

তিয়ঁহ খালে আপুনি নিৰোগী আৰু স্বাস্থ্যবান থাকিব পাৰিব….

0 124

তিয়ঁহ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী এবিধ পাচলি। তিয়ঁহৰ বহু ঔষধি গুণ আছে। যাৰ বাবে তিয়ঁহ আমাৰ খাদ্যৰ তালিকাত ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ।

গতিকে তিয়ঁহেনো আমাক কেনেদৰে উপকাৰ কৰে —

১/ হাৰ্টৰ যিকোনো সমস্যাৰ বাবে তিয়ঁহ বৰ উপকাৰী।

২/ কেঁচা তিয়ঁহ খালে শৰীৰ দুৰ্বলতা, স্নায়ু দুৰ্বলতা নাইকিয়া হয়।

৩/ তিয়ঁহ চকুৰ দৃষ্টিশক্তিৰ উপৰিও চকুৰ যিকোনো সমস্যাৰ বাবে অতি উপকাৰী।

৪/ তিয়ঁহত যথেষ্ট পৰিমাণে বি ভিটামিন থকাৰ বাবে ই আমাৰ দেহৰ বিজানু পানী আকাৰে বাহিৰ কৰাত সহায় কৰে।

৫/ তিয়ঁহ নিয়মীয়া সেৱনে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে।

বি:দ্ৰ উপৰোক্ত লেখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

Leave A Reply