Breaking

প্ৰতিদিনে পুৱা ডালিম খালে বহু ৰোগৰ পৰা মুক্ত হ’ব…

0 42

ডালিম অতি উপকাৰী ফল, ডালিম খালে বহু ৰোগ নিৰাময় হয়। ভিটামিন, কেলচিয়াম, প্ৰটিন আৰু পটাছিয়াম আদি মৌল ডালিমত পোৱা যায়। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত নিশ্চয়কৈ ডালিম অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকক জনাম ডালিম খোৱাৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে। ডালিম আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী। যদি আপোনাৰ শৰীৰত তেজৰ অভাৱ হয় তেন্তে আপুনি ডালিম খোৱা উচিত। শৰীৰৰ দুৰ্বলতাও দূৰ কৰে ডালিমে-

সুস্থ হৃদযন্ত্ৰ বজাই ৰাখিবলৈ দৈনিক এটাকৈ ডালিম খাব লাগে।

ডায়েবেটিছ ৰোগীয়ে দৈনিক খাব লাগে ডালিম। তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো ই অতি সহায়ক।

ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু শৰীৰক শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়।

Leave A Reply