অৰ্থনীতি

Share Market Update: শ্বেয়াৰ মাৰ্কেটত সপ্তাহটোৰ আৰম্ভণিতে সৰ্বাধিক লোকচানৰ সন্মুখীন টাটা ষ্টীল

বিশ্বৰ বজাৰৰ পৰা নেতিবাচক সংকেতৰ মাজতে সোমবাৰে ঘৰুৱা বজাৰত সপ্তাহটোৰ আৰম্ভণি বেয়া। ট্ৰেডিং মুকলি হোৱাৰ লগে লগে বি এছ ই চেন্সেক্স সূচকাংক ৮১ হাজাৰ পইণ্টৰ স্তৰৰ তললৈ নামি যায়। কিন্তু কিছু সময়ৰ ভিতৰতে বজাৰখনে উৎকৃষ্ট হা দেখুৱাই গ্ৰীণ জ’নত উপনীত হয় (Share Market Update)।

FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে। নতুন মাহৰ মাত্ৰ এসপ্তাহ পাৰ হোৱাৰ লগে লগে ভাৰতীয় শ্বেয়াৰত এফ পি আই বিনিয়োগৰ পৰিসংখ্যা প্ৰায় ১১ হাজাৰ কোটি টকা। (FPI Inflow)

বিহপুৰীয়া বিধান সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতি চতুৰ্থ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস

বিগত বছৰ সমূহৰ দৰে এইবাৰো চতুৰ্থ সংখ্যক বিহপুৰীয়া সমষ্টিভিত্তিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত ৭৩ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতৰ...

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন । ৰবিবাৰে দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন খনি পলাশবাৰী সমষ্টিৰ খটিয়ামাৰী গাঁৱত দক্ষিণ কামৰূপ...

এচ এল এ চি’ৰ উদ্যোগত একত্ৰিত হ’ল অসমৰ ক্ৰীড়া সংগঠন , লক্ষ্য অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ,সফলতা

মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত আগ্ৰহ আৰু নিৰ্দেশত অসমৰ ক্ৰীড়া খণ্ডক আগুৱাই নিয়াৰ উদ্দেশ্যঅসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু...

Popular