Breaking

লোকসভা নিৰ্বাচনৰ পূৰ্বে তদন্তকালত TMCৰ জমা থকা ১০.২৯ কোটি টকা জব্দ কৰিছে EDয়ে…

0 20

লোকসভা নিৰ্বাচনৰ পূৰ্বে EDৰ ৰাডাৰত তৃণমূল কংগ্ৰেছ। তৃণমূল কংগ্ৰেছৰ ১০.২৯ কোটি টকা জব্দ।

এম এছ অলকেমিষ্ট গ্ৰুপৰ বিৰুদ্ধে EDৰ তদন্ত। অবৈধ ধন লেনদেন সন্দৰ্ভত তদন্ত EDৰ।

তদন্তকালত TMCৰ জমা থকা ১০.২৯ কোটি টকা জব্দ কৰিছে EDয়ে।

Leave A Reply