Breaking

EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…

0 10

নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত দমে দমে টকা।

উদ্ধাৰ ৩০কোটিতকৈ অধিক টকা।

ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিবৰ ভৃত্যৰ ঘৰৰ পৰা উদ্ধাৰ হয় এই টকাখিনি।

ধন গণনা কৰিবলৈ সাজু কৰি তোলা হৈছে কেইবাটাও মেচিন।

মানী লণ্ডাৰিং গোচৰক লৈ EDয়ে চলাইছিল অভিযান।

Leave A Reply