Breaking

কামৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শালমাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিতৰণ কৰে ডেস্ক-বেঞ্চ…

0 175

বাইহাটাৰ বেজেৰাৰ শালমাৰাত ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত প্ৰাথমিক বিদ্যালয়ললৈ ডেস্ক-বেঞ্চ বিতৰণ। প্ৰায় ৩৯১৭ খন প্ৰাথমিক বিদ্যালয় মাজত এই ডেস্ক-বেঞ্চ বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভনি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষা খণ্ডত আমোল পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰেই কামৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বেজেৰাৰ খালমাৰাৰ ৭৫৯ নং প্ৰাথমিক বিদ্যালয়ত আজি ডেস্ক-বেঞ্চ বিতৰণ কৰা হয়।

এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ মাজত মুঠ ৬৭২৩০ খন ডেষ্ক বেঞ্চ বিতৰণ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়ে।

Leave A Reply