Breaking

Browsing Category

শিক্ষা

প্ৰধান মন্ত্ৰীৰ পোষণ শক্তি নিৰ্মানৰ অধীনত সপ্তাহজোৰা শ্ৰীঅন্ন প্ৰচাৰ আৰু প্ৰসাৰ আঁচনিৰ সফল সমাপ্তি

বৰপেটা জিলাত বিগত বৰ্ষৰ ৩ আগষ্টৰ পৰা আন্তঃর্জাতিক শ্রীঅন্ন বর্ষ উদযাপনৰ লগত সংগতি ৰাখি প্রধান মন্ত্রী পোষণ শক্তি নিৰ্মাণৰ অধীনত ৰূপায়ণ হৈ থকা সপ্তাহজোৰা শ্রীঅন্ন প্ৰকৰণ ও প্ৰসৰণ উদযাপন কাৰ্যৰ আজি সফল সমাপ্তি ঘটে।
Read More...

গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষ্যে ডি ডি আৰ কলেজত আইন সজাগতা অনুষ্ঠান

গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষ্যে চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ কলেজত মঙলবাৰে আইন সজাগতাৰ এক বিশেষ অনুষ্ঠান সম্পন্ন হৈ যায়। উল্লেখ্য যে ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ে মহাৰজত বৰ্ষত উপনীত হোৱাত গুৱাহাটী
Read More...

মাজুলীত ওলাইছে ‘হাতীপটী’; ‘হাতীপটী’ চাবলৈ এতিয়া অগণন শিশুৰ ভীৰ

শৈশৱত দেউতাৰ বোকোচাত উঠি নিশাৰ আকাশত হাতীপটী চোৱাৰ আনন্দৰ মাজত শিশু সকলৰ কোমল মনত মহাকাশ জগতখনৰ প্ৰতি এক বিশেষ দৃষ্টিভংগী গঢ়ি উঠে। মাজুলীত ওলাইছে হাতীপটী।হাতীপটী চাবলৈ এতিয়া অগণন শিশুৰ ভীৰ।পিছে কি এই হাতীপটী? এজাক গ্ৰন্থ পিপাসু শিশুৰ বাবে
Read More...

‘মই অসমীয়া মাধ্যমত পঢ়িছিলো, হিন্দী আৰু ইংৰাজী ভালকৈ নাজানো’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়ত ভিজিটৰ ৰেজিষ্টাৰত লিখি থকাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অন্য এখন বহীৰ পৰা চাই চাই লিখা দেখা যায় মুখ্যমন্ত্ৰী গৰাকীক।
Read More...

মৰিগাঁও জিলা ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজা আৰু মাতৃ বন্দনা অনুষ্ঠান

সোমবাৰে দিনযোৰা কাৰ্যক্ৰমে মৰিগাঁও জিলা ভূৰবন্ধাত ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজা আৰু মাতৃ বন্দনা অনুষ্ঠান আয়োজন কৰে। এই মাতৃ পূজাৰ জৰিয়তে নিকেতনত বিদ্যা আৰম্ভ কৰে।
Read More...

অৱসৰৰ দিনটোও সুখকৰ নহ’ল প্ৰধান শিক্ষকৰ

আজি বিদ্যালয়ৰপৰা টিন চুৰি কৰিবলৈ গৈ ধৰা পৰিল কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক৷ ৰাইজৰ ৰোষত বিদ্যালয়ৰপৰা পলায়ন প্ৰধান শিক্ষক জীবন চন্দ্ৰ নাথৰ৷
Read More...

বঙাইগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত সপ্তাহজোৰাকৈ অনুষ্ঠিত হোৱা পৰিবেশৰ বাবে জীৱনশৈলী কাৰ্যসূচীৰ সফল…

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গ্ৰীনভেলি ছছাইটিৰ সহোযোগত অনুষ্ঠিত হয় সপ্তাহজোৰাকৈ ENVIRONMENT EDUCATION PROGRAM (PEP)ৰ অধীনত পৰিবেশৰ বাবে জীৱনশৈলী অভিযান (A WEEK FOR LIFE CAMPAIGN)৷
Read More...

ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিৰ উদ্যোগত শিশু সুৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ

শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন আইন আৰু ব্যৱস্থাৰ ওপৰত সামগ্ৰিক ধাৰণা দিবলৈ আজি ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিৰ উদ্যোগত এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়।
Read More...

আত্মনিৰ্ভৰ ভাৰতৰ বাবে ৰূপান্তৰকাৰী উচ্চ শিক্ষাৰ ওপৰত ইউ এছ টি এমত উপাচাৰ্যৰ ৰাষ্ট্ৰীয় সন্মিলন

বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সকলৰ ইউ এছ টি এমৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত "উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন-২০২৩"ৰ আজি দ্বিতীয় দিনটোত 'ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন'ৰ দৰে বিভিন্ন উপায়ৰ জৰিয়তে কিদৰে পৰিৱৰ্তনশীল উচ্চ শিক্ষাই
Read More...

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ইউ এছ টি এমত উদ্বোধন কৰে এ আই ইউ ৰাষ্ট্ৰীয় উপাচাৰ্য সন্মিলন-২০২৩

বৃহস্পতিবাৰে ইউনিভাৰচিটি অব চাইন্স এণ্ড টেকনোলোজি, মেঘালয় (ইউ এছ টি এম)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক উপাচাৰ্যসকলৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখন ৫০০ ৰো অধিক উপাচাৰ্য, আই আই টিৰ সঞ্চালক, আই আই
Read More...