Breaking

Browsing Category

শিক্ষা

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ইউ এছ টি এমত উদ্বোধন কৰে এ আই ইউ ৰাষ্ট্ৰীয় উপাচাৰ্য সন্মিলন-২০২৩

বৃহস্পতিবাৰে ইউনিভাৰচিটি অব চাইন্স এণ্ড টেকনোলোজি, মেঘালয় (ইউ এছ টি এম)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক উপাচাৰ্যসকলৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখন ৫০০ ৰো অধিক উপাচাৰ্য, আই আই টিৰ সঞ্চালক, আই আই
Read More...

সৰভোগৰ ঐতিহ্যমণ্ডিত চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১২৫ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি

বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত "চকচকা চৰকাৰী মজলীয়া বিদ্যালয়" খনিয়ে অহা ১ জুলাইত ১২৫ বছৰ সম্পূৰ্ণ কৰিব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যাল়য় খনিৰ প্ৰঙ্গণত মাংগলিক কাৰ্য্য সমাপন
Read More...

নিপুন অসমৰ প্ৰশিক্ষণস্থলীত ‘ই-নিপুন’ নামেৰে আলোচনী উন্মোচন

বৰপেটা জিলাৰ বৰপেটা শিক্ষাখণ্ডৰ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিপুন অসম আৰু উপযুক্ত শিকণ শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ বাবে হৈ থকা ৪ দিনীয়া প্ৰশিক্ষণৰ শনিবাৰে সফল সমাপ্তি ঘটে।
Read More...

“এজন প্ৰশাসনিক বিষয়া হ’বলৈ নিজৰ আভ্যান্তৰিণ ফিৰিঙতি চিনাক্ত কৰা’ -কটনিয়ানলৈ এই…

"প্ৰশাসনিক বিষয়া হ'বলৈ কেৱল কঠোৰ অধ্যয়ন কৰাই যথেষ্ট নহয়। নিজৰ দক্ষতা বা আভ্যন্তৰীণ কাৰণ চিনাক্ত কৰিব লাগিব যিয়ে লক্ষ্য প্ৰাপ্তিৰ দিশত কাম কৰি থাকিবলৈ প্ৰৰোচিত কৰে"। আজি কটন বিশ্ববিদ্যালয়ত 'এপিএছচিৰ দ্বাৰা পৰিচালিত পৰীক্ষা' সন্দৰ্ভত
Read More...

ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত

ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক
Read More...

মেট্ৰিকৰ অসমীয়া প্ৰশ্নকাকতো ফাদিল, পুনৰ পৰীক্ষা বাতিল

মেট্রিকৰ অসমীয়া পৰীক্ষাৰ প্রশ্নকাকতো হ’ল ফাদিল। মেট্রিকৰ অসমীয়া পৰীক্ষাও বাতিল হ’ব। এই কথা টুইটযোগে সদৰী কৰিলে মুখ্যমন্ত্রীয়ে।
Read More...

এতিয়াৰে পৰা শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক

এতিয়াৰে পৰা শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক। আন দায়িত্বত নিয়োগ হৈ থকা শিক্ষকসকলক শীঘ্ৰে অব্যাহতি দিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ। ২৫ মাৰ্চৰ
Read More...

নতুন শিক্ষানীতিত কেন্দ্ৰৰ অনুমোদন; ৩৬ বছৰৰ পিছত শিক্ষাত আমূল পৰিৱৰ্তন

সুদীৰ্ঘ ৩৬ বছৰৰ পিছত দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিলে কেন্দ্ৰীয় চৰকাৰে। আজি কেন্দ্ৰীয় কেবিনেটে নতুন শিক্ষানীতিত অনুমোদন জনোৱাৰ লগে লগে দেশৰ শিক্ষা ব্যৱস্থাই নতুন দিগন্তৰ দিশে ধাবমান হ'ল।
Read More...

আৰক্ষীয়ে দিলে বিস্ফোৰক তথ্য! কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছিল প্ৰশ্নকাকত?

পোহৰলৈ আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ ন ন তথ্য। ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বহু ছাত্ৰ-ছাত্ৰী। চি আই দিয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত
Read More...

প্ৰশ্নকাকত ফাদিল হোৱাক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছত ছেবাই বাতিল কৰিবলগীয়া হয় পৰীক্ষা। প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদমুখৰ হৈ পৰে ৰাজ্য। ছেবাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল–সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।
Read More...