Breaking

Browsing Category

শিক্ষা

বিহাৰত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন আৰু তাৰ পিছতে আছে অৰুণাচল প্ৰদেশ আৰু ৰাজস্থানঃ শিক্ষা মন্ত্ৰালয়

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰতে বিহাৰৰ (৬১.৮%) সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন, অৰুণাচল প্ৰদেশ (৬৫.৩%) আৰু ৰাজস্থান (৬৬.১%)। মন্ত্ৰালয়ে লগতে কয় যে কেৰালাত সৰ্বাধিক সাক্ষৰতাৰ হাৰ
Read More...

ছিপাঝাৰ পৰীক্ষাকেন্দ্ৰত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দায়িত্বৰ পৰা অব্যাহতি তিনি শিক্ষকক

ছিপাঝাৰৰ বাহগড়া গণেশকুঁৱৰী জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত মেট্ৰিক পৰীক্ষাৰ দায়িত্বত আছিল তিনি শিক্ষক ক্ৰমে -ৰিংকি বৰ্মন, আব্দুল মালিক আৰু আব্দুল চৌহান। অভিযোগৰ ভিত্তিত তিনি শিক্ষকক বাকী থকা
Read More...

কাছাৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল

সূত্ৰ অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা ৯.১৫ বজাতে গণিতৰ প্ৰশ্নকাকত ভাইৰেল হয়৷ প্ৰশ্নকাকতখনৰ কেইখনমান ছবিও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱাৰ লগতে কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ
Read More...

এন ই পি গাইডলাইনৰ অধীনত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

অসমত ৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা, নতুন শিক্ষা নীতি (এন ই পি)২০২৩ৰ গাইডলাইনৰ অধীনত অনুষ্ঠিত হ’ব। এন ই পিৰ সন্দৰ্ভত মাধ্যমিক শিক্ষা ব’ৰ্ড অসমে চাৰিটা মূল শাখাৰ প্ৰয়োজনীয়তাসমূহ উন্নীত কৰিছে।
Read More...

ছেবাই বাতিল কৰিলে ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি…

ছেবাই ৩১ মাৰ্চ ২০২১ ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বাতিল কৰিলে ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি।ছেবাৰ সিদ্ধান্ত অনুসৰি এই বিদ্যালয় সমূহে ১ এপ্ৰিল, ২০২৩ ৰ পৰা নৱম শ্ৰেণীৰ কোনো শিক্ষাৰ্থী পঞ্জীভুক্ত কৰিব নোৱাৰিব।
Read More...

আজিৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ

বড়োলেণ্ড বিশ্ববিদ্যালয়ে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন প্ৰশাসনৰ সহযোগত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰৰ বাবে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন কৰিবলৈ সাজু হৈছে। চাৰিদিনীয়া এই অনুষ্ঠানৰ লক্ষ্য হৈছে অঞ্চলটোৰ মূল বহনক্ষম
Read More...

শিক্ষামূলক ভ্ৰমণৰ হেতু যাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী আৰু যোৰহাট গোটৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে আজি বিভাগটোৰ মুৰব্বী অধ্যাপক ড° উজ্বল অৰুন মাস্কেৰ তত্বাবধানত বিভাগটোৰ ৪০ গৰাকী শিক্ষাৰ্থী শিক্ষামূলক ভ্ৰমনৰ হেতু দিল্লী, হৰিদ্বাৰ
Read More...

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ'ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম৷ আগন্তুক শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ে চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত
Read More...

আকৌ হিজাব! পৰীক্ষাৰ দিন কেইটাত হিজাব পৰিধানৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কণাৰ্টকৰ ইছলাম…

শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পিন্ধাৰ বিৰুদ্ধে আদালতে ৰায় দিয়াৰ পিছতো শেহতীয়াকৈ কেৱল পৰীক্ষাৰ দিন কেইটাত হিজাব পৰিধানৰ অনুমতি বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কৰ্ণাটকৰ একাংশ ইছলামধৰ্মী ছাত্ৰী। উল্লেখ্য বিগত বৰ্ষত শিক্ষানুষ্ঠানত
Read More...

ধেমাজিত দুকুৰি বিদ্যালয়ৰ মাজত ‘ৰাইজৰ উৎসৱ’; শিক্ষক-ছাত্ৰ-ছাত্ৰী-অভিভাৱকৰ সমন্বয়ৰ…

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ কাঞ্চনকোনা জনজাতি প্ৰাথমিক বিদ্যালয়ত দুকুৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় 'ৰাইজৰ উৎসৱ'। সমগ্ৰ শিক্ষাৰ ধেমাজি জিলাৰ উদ্যোগত
Read More...