Breaking

Browsing Category

শিক্ষা

ধেমাজিৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰংগ…

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ধেমাজি বাণিজ্য মহাবিদ্যালয় প্রেক্ষাগৃহত ধেমাজি বাণিজ্য মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
Read More...

আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ত্ৰুটিমুক্ত হোৱাত উপায়ুক্তৰ গুৰুত্ব

কামৰূপ জিলাত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পৰিচালনা বিষয়ক এখনি পৰ্যালোচনা সভা আজি আমিনগাওঁস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ জিলা
Read More...

জামুগুৰিহাটৰ ৰঙাচকুৱাত ন্যাসৰ হৈ কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান বিধায়ক পদ্ম হাজৰিকাৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলত ৰঙাচকুৱাত আজি স্বাধীনতা সংগ্ৰামী, শিক্ষানুৰাগী, সমাজ সংগঠক প্ৰয়াত সোনাৰাম দাসৰ পবিত্ৰ স্মৃতিত বিগত ১৯৯৯ চনত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত 'সোণাৰাম দাস সোঁৱৰণি ন্যাস'
Read More...

বৰপেটাৰ সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সোমনাথ তালুকদাৰৰ বিদায় সম্বৰ্ধনা; অভিনন্দন গ্ৰন্থ…

বৰপেটাৰ সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সোমনাথ তালুকদাৰক আজি বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়৷ যোৱা ৩১ জানুৱাৰীত বৰপেটাৰ সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহন কৰা কৃতী শিক্ষক, কবি,
Read More...

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত…

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা তিনিচুকীয়া জিলাৰ অন্তৰ্গত মুঠ ২৪টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত সম্প্ৰতি কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আছে। সেই অনুসৰি ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ
Read More...

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক, প্ৰয়াত শুভাৰাম হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা

দৰং জিলা ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ বৰেৰী নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক, লোকশিল্পী, ব্যাসাচাৰ্য, বিশিষ্ট সমাজসেৱক এগৰাকী সাংস্কৃতিক ব্যক্তিৰ লগতে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুট চন্দ্ৰ হাজৰিকাৰ পিতৃ
Read More...

আই পি এছ বা এনকাউণ্টাৰ স্পেচিয়েলিষ্ট নহয়-নতুন ৰূপত আনন্দ মিশ্ৰ; আনন্দ মিশ্ৰৰ নতুন নাম অল-ৰাউণ্ডাৰ…

এসময়ৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপে পৰিচিত আনন্দ মিশ্ৰক দেখা গ'ল নতুন ৰূপত। শেহতীয়াভাৱে ৰাজ্যত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত নিৰীক্ষকৰ ৰূপত দেখা গ'ল জনপ্ৰিয় আইপিএছ বিষয়াগৰাকীক। যোৱা ২
Read More...

তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা গুৱাহাটীত Y20 বৈঠক আৰম্ভ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰীযুত অনুৰাগ সিং ঠাকুৰে ‘যুৱ সংলাপ’ অনুষ্ঠিত কৰাৰ পিছত শ্বেতপত্ৰ উন্মোচন কৰিব৷ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদৰ গৱেষণা পত্ৰ দাঙি ধৰিব৷
Read More...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত আৰ্দ্ৰভূমি দিৱস’ পালন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু জি-২০ যুৱ সন্মিলন উদযাপনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমন্বয়ক সমিতিৰ সহযোগত আজি বিশ্ব আৰ্দ্ৰভূমি দিবস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এইবাৰৰ আৰ্দ্ৰভূমি দিৱসৰ থিম “আৰ্দ্ৰভূমি পুনৰোদ্ধাৰৰ
Read More...

যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত সৰ্বাত্মক…

সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু এন পি এচ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো আজি কৰ্মচাৰী সকলে সৰ্বাত্মক ক'লা দিৱস কৰে৷ চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা
Read More...