Breaking

Browsing Category

শিক্ষা

পশ্চিম কাৰ্বি আংলং জিলাত নিলম্বিত বিদ্যালয়ৰ শিক্ষক

কৰ্তব্যত গাফিলতিৰ বাবে চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পিংকি খাটানিয়াৰক নিলম্বন কৰা হৈছে। পিংকি খাটানিয়াৰে পশ্চিম কাৰ্বি আংলং জিলাৰ চিংথং স্থানীয় মকিন্দুৰ এল পি স্কুলত সহকাৰী শিক্ষক
Read More...

বিলাসীপাৰা বলিৰচৰত বাল্যবিবাহৰ সন্দৰ্ভত সজাগতা সভা

বিলাসী পাৰা সদৰ থানাৰ অধীনত নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত বলিৰচৰ হাইস্কুল প্ৰাঙ্গণত দেওবাৰে বিয়লি ২বজাত বাল্যবিবাহ আৰু শিক্ষা সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ উক্ত সভাৰ আয়োজন কৰে স্থানীয় শিক্ষক আৰু
Read More...

নগাঁও কলেজত জি-২০, ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্ৰাক্ কাৰ্যসূচী

নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত আজিৰে পৰা মহাবিদ্যালয়ত ভাৰতৰ জি-২০, ৱাই-২০ ৰ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী আৰম্ভ হৈছে। নগাঁও জিলাৰ বিভিন্ন কলেজৰ মাজত “ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ যুৱ প্ৰজন্মক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰাত
Read More...

পিতৃ-মাতৃয়ে শিশুৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত নহয়-প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতক মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই অনুষ্ঠানৰ
Read More...

সুখবৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ কৃতিত্ব; আন্তঃৰাষ্ট্ৰীয় মঞ্চ G-20ৰ তালিকাত অন্তৰ্ভূক্ত অসমৰ…

বিকাশৰ বাবে গঠিত আন্ত:ৰাষ্ট্ৰীয় মঞ্চ G-20ৰ তালিকাত অন্তৰ্ভুক্ত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়। কুৰিতকৈও অধিক গৱেষণা পত্ৰ লৈ স্বীকৃতি৷ বিশ্ববিদ্যালয়খনৰ ২১ টা বিষয়ে লাভ কৰিলে পেটেন্ট(স্বীকৃতি)।
Read More...

গুনোৎসৱত এখন প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গল আশ্ৰম সদৃশ পৰিবেশ

সমগ্ৰ ৰাজ্যৰ বিদ্যালয় সমূহত দেখিবলৈ পোৱা গৈছে গুনোৎসৱৰ ব্যাপক ব্যস্ততা। প্ৰতিখন বিদ্যালয় সজাই পৰাই তুলা হৈছে আটক ধুনীয়াকৈ। তাৰে মাজত এখন বিদ্যালয়ৰ পৰিবেশে দৃষ্টি আৰ্কষন কৰিছে সকলোৰে। আশ্ৰমসদৃশ এই
Read More...

মহামাৰীয়ে শিশুৰ শিক্ষণত প্ৰভাৱ পেলালে; পঢ়া, মৌলিক গণিতৰ দক্ষতা ডুব গৈছে: ASER প্ৰতিবেদন

১৮ জানুৱাৰী বুধবাৰে প্ৰকাশ পোৱা বাৰ্ষিক শিক্ষাৰ অৱস্থা প্ৰতিবেদন (ASER), ২০২২ অনুসৰি, সকলো শ্ৰেণীতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মৌলিক পঢ়া ক্ষমতা ২০১২ চনৰ পূৰ্বৰ স্তৰলৈ হ্ৰাস পোৱাৰ বিপৰীতে মৌলিক গণিতৰ দক্ষতা ২০১৮ চনৰ স্তৰলৈ হ্ৰাস পাইছে।
Read More...

বিলাসীপাৰা পূৱ নায়েৰ আলগা এম ই মাদ্ৰাছাত ৫ শিক্ষকৰ বিদায় সম্বৰ্ধনা…

আজি বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ নায়েৰআলগা এম ই মাদ্ৰাছা প্ৰাঙ্গণত পাচঁ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ত্রুমে সাহাৰ আলী,হামিদা বেগম,জুৰান আলী,সাহাদত আলী আৰু দীনেশ চন্দ্ৰ ঘোষ ফুলাম গামোছা,জাপী,ছাতি-লাঠি মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
Read More...

আজিৰে পৰা ২০২৩ বৰ্ষৰ গুণোৎসৱ আৰম্ভ : আজি বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন

আজিৰে পৰা অসমৰ ১১খন জিলাৰ লগতে বৰপেটাতো আৰম্ভ হৈছে গুণোৎসৱ ২০২৩ ।আজি বৰপেটা জিলাৰ সকলো বিদ্যালয়তে এই উপলক্ষে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন সুকলমে অনুষ্ঠিত হৈ যায়। স্ব-মূল্যায়নত আজি বিদ্যালয়সমূহে নিজ নিজ বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ
Read More...