শিক্ষা

জুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

উজনি-মাজুলী সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯.১৬ শতাংশ নম্বৰলৈ আটাইকেইটা বিষয়তে লেটাৰসহ ডিস্টিংচন পোৱা দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পিছতে তেওঁক...

দৰঙৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পিংকিৰ সকলো ব্যৱস্থা কৰি দিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷

দৰঙৰ পৰা জয়দেৱ ডেকা  দৰঙৰ দিঘীৰপাৰ হাইস্কুলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৯৩.১৬  শতাংশ নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰসহ ডিষ্টিংচন পাৱলৈ...

৯ বছৰৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত পুনৰ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান ।

নাজিৰা  প্ৰায় ৯ টা বৰ্ষ বিৰতিৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা পুনৰ আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠদান । ইয়াৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে...

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী  অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক,  প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ...

বাহিৰে ৰং চং ভিতৰে কুৱা ভাতুৰী : ব্যৱসায়ত নামি পৰিছে নাজিৰাৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় কাজিৰঙা একাডেমি চিনিয়ৰ চেকেণ্ডেৰী স্কুল ।

দিলীপ হাজৰিকা : বাহিৰে ৰং চং ভিতৰেৰে কুৱা ভাতুৰী। কৰ'ণা ভাইৰাছক লৈ এতিয়া ব্যৱসায়ত নামি পৰিছে নাজিৰাৰ মহকুমাৰ ব্যক্তিগত খণ্ডৰ এখন মহাবিদ্যালয়। অসমত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ...

Popular