Breaking

Browsing Category

শিক্ষা

দেৰগাঁৱৰ নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত হাঁহপানী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাইজৰ উৎসৱ ২০২২…

আজি দেৰগাঁৱৰ নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে হাঁহপানী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত নাহৰণি কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়,নাহৰণি খঙ্গীয়া প্ৰাথমিক বিদ্যালয়,বালিজান কাকতিবাৰী মজদুৰ প্ৰাথমিক বিদ্যালয়,বাহবাৰী মজদুৰ প্ৰাথমিক
Read More...

নতুন পদ্ধতিৰে হ’ব এইবাৰৰ পৰীক্ষা, ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন…

মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা হ’ল। ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুস্থিত হ'ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন।
Read More...

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ

ঘোষণা হ'ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ। ছেবাই ঘোষণা কৰিলে এই কথা ২০২৩ চনৰ ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত হ’ব ২০ মাৰ্চলৈকে এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত হ’ব মেট্ৰিক পৰীক্ষা। এই কথা ঘোষণা
Read More...

এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত…

অসম কেবিনেটে আজি অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত বাদ দিয়া হৈছে।
Read More...

দিশপুৰ মহাবিদ্যালয় দক্ষিণ-পূব এছিয়াৰ সাতখন দেশৰ লোকশিল্পীৰ সংগমেৰে মুখৰিত…

থাইলেণ্ডৰ পৰাম্পৰাগত লোকশিল্পৰ লগত ভাৰতবৰ্ষৰ উত্তৰ-পূব দিশৰ লোককৃষ্টিৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায় – থাইলেণ্ডৰ মহাশৰখম বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ ডীন কৰিন খমৰিকে দেওবাৰে দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক
Read More...

লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন…

লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। মৰিগাঁও জিলাৰ লাহৰিঘাটত শিক্ষা খণ্ডৰ অন্তৰ্গত শ্বহীদ মোজাম্মিল হক বালক প্ৰাথমিক বিদ্যালয় প্ৰায় ছয় মাহ আগতে
Read More...

সফলতাৰে আস্ত্ৰোপচাৰ সম্পন্ন হ’ল ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ…

সফলতাৰে আস্ত্ৰোপচাৰ সম্পন্ন হ'ল ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ ‌‌। চিকিৎসালয়ৰ বিচনাৰ পৰাই আনন্দই চিকিৎসকক দিলে ধন্যবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ
Read More...

দেশৰ কন্যাসকলক আগুৱাই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বহু চৰকাৰী আঁচনি…

কন্যা শিশুৰ বাবে চৰকাৰী আঁচনিঃ দেশৰ কন্যাসকলক আগুৱাই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বহু চৰকাৰী আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহে ছোৱালীৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ যত্ন লয়। এই সকলোবোৰ আঁচনিতে বিভিন্ন সুবিধা দিয়া হয়, যাৰ অধীনত শিক্ষাৰ
Read More...

প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ ( তেজপুৰ লিটফেস্ট’২২)ৰ…

শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ'ব কথা আৰু কবিতাৰ বৰষুণ। দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্রিয় লেখক সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ - ২০২২" (
Read More...

টিভি, লেপটপ, মোবাইল অন কৰি শুই থকাৰ অভ্যাস আছে নেকি? কেন্সাৰ হোৱাৰ আশংকা আছে, সাৱধান হওক…

আজিকালি এই ৰান-অফ-দ্য-মিল জীৱনত মানুহে অতি কম জিৰণি লয়। আজিৰ ডিজিটেল যুগত সকলোৱে ফোন, লেপটপ আৰু টিভিৰ লগত সময় পাৰ কৰে। মোবাইল এতিয়া শৰীৰৰ অংগ হৈ পৰিছে। ইয়াৰ অবিহনে জীৱনটো যেন অসম্পূৰ্ণ। বহুতে শুই থকাৰ সময়তো মোবাইল, লেপটপ বা টিভি
Read More...