শিক্ষা

আজি ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল

টেট পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ।(Tet Cum Recruitment Test)আজি ঘোষণা হ’ব TET-cum-Recruitment পৰীক্ষাৰ ফলাফল।আজি ঘোষণা হ'ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল।

HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা।(HSLC Compartmental Result 2025)পৰীক্ষাত উত্তীর্ণ হয় ১৩,৫৮৫গৰাকী পৰীক্ষাৰ্থী।

Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ(Namphake news)উদ্যোগত আৰু নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহযোগত 'অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক পৰ্যটন' শীৰ্ষক এখন আলোচনাচক্ৰ আৰু ক্ষেত্ৰ অধ্যয়ন অনুষ্ঠিত হয়।

NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ

ঘোষণা হ’ল নীট ইউজি ২০২৫১ ফলাফল৷(NEET UG 2025 Result)নীট ইউজি ২০২৫ৰ ফলাফল শনিবাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই৷

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

Popular