Breaking

Browsing Category

শিক্ষা

ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক…

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT) ৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী, কোচ-ৰাজবংশী,
Read More...

নগাঁৱৰ জামুগুৰিত কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ৪২ ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচনৰ ব্যাপক…

১৯৪২ চনৰ ২০ চেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজৰ গুলীত দেশমাতৃৰ হকে প্রাণ আহুতি দি ৪২ ৰ গণ আন্দোলনৰ শ্বহীদ হৈছিল শ্বহীদ মনবৰ নাথ । পৰিতাপৰ বিষয় এই যে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এই গৰাকী বীৰ শ্বহীদে যি ভাৱে এক ৰাষ্ট্ৰীয় মৰ্য্যদা পাব
Read More...

মাজুলীৰ ভাস্কৰ মইনা পাৰিজাতৰ চিৰসেউজ গীতৰ কৰ্মশালাৰ সামৰণি…

মাজুলী ম’হকিনা গাঁৱ পৰিচালনা সমিতিৰ উদ্যোগত ভাস্কৰ মইনা পাৰিজাতৰ অৰ্ধশতাধিক কন কন ছাত্ৰ-ছাত্ৰীৰ মাজত পষেকীয়া কাৰ্যসূচীৰে অসমীয়া চিৰসেউজ গীতসমূহৰ কৰ্মশালাৰ অন্তত গাঁৱৰ নামঘৰত আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গাঁৱৰ মহিলা সকলৰ কণ্ঠৰ ৰঞ্জিৎ
Read More...

মেৰাপানীত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৈয়াং সাহিত‍্য সভাৰ উদ‍্যোগত জোনাকী বঁটা প্ৰদান অনুষ্ঠান…

অসম সাহিত‍্য সভাৰ অগ্ৰণী শাখা মেৰাপানীৰ দৈয়াং শাখা সাহিত‍্য সভাই দৈয়াং অঞ্চলৰ শৈক্ষিক, বৈদ্ধিক উত্তৰণৰ প্ৰতি দায়বদ্ধতা ৰাখি অঞ্চলটোৰ দৈয়াং হাইস্কুল আৰু কাছমাৰী হাইস্কুলৰ দুয়োটা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ আৰু দৈয়াং মহাবিদ‍্যালয়ৰ
Read More...

২৩ বছৰে শিক্ষকতা কৰিও দৰমহা নোপোৱা এজন শিক্ষকে অৱসৰৰ পিছতো অব্যাহত ৰাখিছে পাঠদান …

শিক্ষকসকল মমৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে।' - এই কথাষাৰি নগাঁৱৰ এগৰাকী শিক্ষকৰ ক্ষেত্ৰত শুদ্ধ ৰূপত প্ৰতিফলিত হৈছে। তেওঁৰ নাম হৈছে ৰাজীৱ বৰুৱা । প্ৰায় ২৩ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এই শিক্ষকজন বিনা পাৰিশ্ৰমিকৰে শিক্ষাদানৰ দৰে মহান
Read More...

‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত 'মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী' শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত আজি উপস্থিত থাকে ড° হিমন্ত বিশ্ব শৰ্মা‌ । অসমৰ ইতিহাসৰ লগত সংপৃক্ত হৈ আছে বিভিন্ন
Read More...

লাহৰীঘাটৰ চৰ চাপৰিৰ প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱত জিলা শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ…

মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত চৰ চাপৰিৰ প্ৰাথমিক বিদ্যালয়ৰ কালি গুণোৎসৱৰ সামৰণি পৰে। গুণোৎসৱৰ পৰ্যবেক্ষণৰ বাবে কালি শিক্ষা বিভাগৰ এটি দল চৰ চাপৰিত উপস্হিত হয়।
Read More...

ফ্ৰিজিডিটি’ বিষয়ক প্ৰথম অসমীয়া উপন্যাস গীতালি বৰাৰ ‘বাসনাহীনা’ উন্মোচন…

গীতালিৰ সাহিত্যৰ মই এজন অন্তৰতম পাঠক। এই কিতাপখন উপন্যাস হ'লেও এটা কবিতা বুলিও ক'ব পাৰি; কাৰণ ইয়াত তিনিটা শিল্পকৰ্মৰ সমাহাৰ ঘটিছে - কবিতা, ছবি আৰু গান৷ এই কিতাপখনৰ গুৰুত্ব কেৱল এইকাৰণেই নাই যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন
Read More...

ৰঙামাটিৰ প্ৰাথমিক বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘প্ৰতীতি’ ৰংমেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে…

ৰঙামাটিৰ সমীপবৰ্তী কৰৈয়নি বনুৱা বষ্টি প্ৰাথমিক বিদ্যালয়ৰ কন কণ ছাত্ৰ-ছাত্ৰীৰ সহযোগত শিক্ষক গোটৰ দ্বাৰা প্ৰকাশিত হাতেলিখা আলোচনী “প্ৰতীতি” খন আজি বিদ্যালয়ত অনুষ্ঠিত ৰংমেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰা হয়৷ বিদ্যালয়ৰ সভাগৃহত বিয়লি
Read More...

মুকালমুৱাৰ বেলবেলিত গছৰ তলত বহি আদিপাঠ গ্ৰহণ এজাক শিশুৰ…

শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত চলিছে পাঠদান।দক্ষিণ বেলবেলি মিলন প্ৰাথমিক বিদ্যালয়ত ১৫৪ শিক্ষাৰ্থীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী।মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ। দক্ষিণ
Read More...