Breaking

Browsing Category

শিক্ষা

নিখিলা ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কৃতিমান ৰাভা ছাত্ৰ-…

নিখিল ৰাভা ছাত্ৰ সন্থাৰ স'তে জড়িত হৈ সমগ্ৰ ৰাভা জাতিক শিক্ষা ,আৰ্থ সামাজিক , বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ হকে আগবঢ়াই লৈ যোৱাৰ লগতে অধ্যয়নকো সমান্তৰালভাৱে আগবঢ়াই লৈ গৈ মই আজি ওদালগুৰি জিলাৰ পৰা প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰী অর্জন কৰা শিক্ষাৰ্থী
Read More...

চাপৰৰ ফলিমাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শিক্ষামূলক সজাগতা সভা

ধুবুৰী জিলাৰ চাপৰ ফলিমাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ফলিমাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদোগত কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হয়।
Read More...

দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা দক্ষিন মান্দাকাটা উন্নয়ন পৰিষদৰ উদ্যোগত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়৷৫৭ নং মান্দাকাটা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উন্নয়ন সমিতিৰ স্থায়ী সভাপতি জহুৰুদ্দিন আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বৃহত্তৰ
Read More...

কেনে মানসিকতা! শিক্ষাৰ্থীক শাস্তি হিচাপে শৌচাগাৰ পৰিষ্কাৰ কৰিবলৈ দিলে। ছ’চিয়েল মিডিয়াত…

গাদগ বিদ্যালয়ৰ ভাইৰেল ভিডিঅ': বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক নাগৱী বিদ্যালয়ৰ শৌচালয় পৰিষ্কাৰ কৰা দেখা গৈছিল। ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে (ছাত্ৰভাইৰেল ভিডিঅ')।শাস্তি হিচাপে শৌচাগাৰ পৰিষ্কাৰ কৰিবলৈ বাধ্য হোৱা ছাত্ৰ-ছাত্ৰীঃ কৰ্ণাটকৰ গাদগ
Read More...

আপুনি জানেনে ! মানুহে কান্দিলে কিয় বাৰু চকু পানী ওলায় …

সকলোৱে জানে যে মানুহ কন্দাৰ লগে লগে চকতু চকুপানী ওলায় । কেৱল দুখতে নহয় , বহু সময়ত খঙত বা বেছি হাঁহিলেও চকুৰ পানী ওলায় । ঠাণ্ডা লাগিলেও বা ধোৱা আদি লাগিলেও আমাৰ চকুৰ পানী নাকৰ পানী একাকাৰ হয় । আমাৰ দুচকুৰ চকু বলয়ৰ ওপৰত আৰু চেলাউৰিৰ
Read More...

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা….

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা। স্বাস্থ্য সেৱা সঞ্চালকালয় অসমে গ্ৰেড-৩ (কাৰিকৰী আৰু অ-কাৰিকৰী) আৰু চতুৰ্থ শ্ৰেণীৰ (গ্ৰুপ ডি) পদৰ বাবে নিযুক্তি সম্পৰ্কে এক জাননী প্ৰকাশ কৰিছিল। নিযুক্তিৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ
Read More...

এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হব বিচৰা তামুলপুৰৰ ছাত্ৰ- ছাত্ৰীৰ বাবে সু খবৰ। তামুলপুৰৰ বিধায়ক জলেন…

অসম লোক সেৱা আয়োগ (এপিএছচি) ৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হব খোজা তামুলপুৰৰ ছাত্ৰ -ছাত্ৰীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আজি তামুলপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰে এখন সংবাদ মেল । সংবাদ মেলখন সম্বোধন কৰি বিধায়ক
Read More...

টিএমপিকে-এমএমকে,টি এম এম কেৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ উদ্যোগত আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া…

চলিত গ্ৰীষ্মকালীন বিদ্যালয় বন্ধৰ প্ৰতি সংগতি ৰাখি ব্ৰহ্মপুত্ৰ আঞ্চলিক টিএমপিকে আৰু এমএমকেৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত যোৱা ৪ জুলাই, ২০২২ তাৰিখৰ পৰা দেৰগাঁও ব্ৰহ্মপুত্ৰৰ খকন্দগুৰি মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া গ্ৰীষ্মকালীন
Read More...

দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৫.৫% লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে অনামিকা ৰিয়া দত্তই …

সদ্যঘোষিত CBSE ৰ ফলাফলে বিহালী সমষ্টিতলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে ।বিশ্বনাথ চাৰিআলি ইষ্ট ইন্দিয়া স্কুলৰ ছাত্ৰী অনামিকা ৰিয়া দত্তই মুঠ ৫০০ নম্বৰৰ ভিতৰত ( ৪৭৫ ) নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।
Read More...

শিলচৰৰ দিব্যাংগ শিল্পী অভিজিত গোটানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিলে পইটনিং উপহাৰ …

এক হৃদয়স্পৰ্শী মুহূৰ্ত, অসমৰ এজন বিশেষভাৱে সক্ষম লৰা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক পইটনিং প্ৰদান কৰিছে।
Read More...