Breaking

Browsing Category

শিক্ষা

শিক্ষক দিৱসৰ বিশেষ দিনটোতে সেমেকি উঠিল এগৰাকী সদ্য অৱসৰী শিক্ষকৰ দুচকু

শিক্ষক দিৱসৰ বিশেষ দিনটোতে সেমেকি উঠিল এগৰাকী সদ্য অৱসৰী শিক্ষকৰ দুচকু।বিনাবেতনে ২৬ বছৰে শিক্ষকতা কৰি নমস্য শিক্ষাগুৰুৱে ভাটিবয়সত পৰিয়াল চলাইছে পদপথত পান দোকান দি।৫ ছেপ্তেম্বৰ, শিক্ষক দিৱস ,এই বিশেষ দিনটোত এগৰাকী শিক্ষকৰ মন ভাৰাক্ৰান্ত
Read More...

আজি শিক্ষক দিৱস…

আজি শিক্ষক দিৱস। সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস। ৫ ছেপ্টেম্বৰ দিনটো হ'ল মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্র বিশ্বত দাৰ্শনিক হিচাপ প্ৰসিদ্ধি লাভ কৰা ভাৰতীয় দাৰ্শনিক ড° সৰ্বপল্লী
Read More...

বন্ধ হ’ল ৰাজ্যৰ ১৭১৪ খন প্ৰাথমিক বিদ্যালয়! ক’ত কেইখন বন্ধ হ’ল বিদ্যালয়…

চৰকাৰৰ সিদ্ধান্ত মৰ্মে তলা উলমিল ১৭১৪ খন প্ৰাথমিক বিদ্যালয়ত। সেইমৰ্মে সৰ্বাধিক যোৰহাটত ১৮২ খন বিদ্যালয়ত উলমিল তলা। একেদৰে বৰপেটাৰ ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত ৬৪ খন, ডিব্ৰুগড়ত ৬০ খন, ধেমাজিৰ ৮৫খন, ধুবুৰীত ৫৬ খন, গোলাঘাটত
Read More...

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী বিমল বৰা…

ডিব্ৰুগড়ৰ ঐতিহ্যময় শিক্ষাকেন্দ্ৰ টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে দেখা গল ৰণোজ পেগুক । মহাবিদ্যালয়খনে অসমৰ
Read More...

লেখক, চলচিত্ৰ কৰ্মী ভূৱন লহকৰক “পৰাগজ্যোতি প্ৰকাশন”ৰ সম্বৰ্দ্ধনা..

আজি বি বৰুবা মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, "প্ৰিয়জন", "সন্ধ্যাৰাগ", "অনিৰ্বাণ" আদি চলচিত্ৰৰ কৰ্মী, বিশিষ্ট লেখক ভূৱন লহকৰক "পৰাগজ্যোতি প্ৰকাশন" ৰ পৰা নিজ বাসভৱন গুৱাহাটী মহানগৰৰ চান্দমাৰীস্থিত বাসভৱনত ফুলাম গামোছা,
Read More...

মণিকা টেৰণপীৰ কাব্য সংকলন ‘আৰলেং’ উন্মোচন…

মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে অভ্যাস আৰু কৰ্মদক্ষতাৰো বৃদ্ধি পায়। ইয়াৰ সমান্তৰালকৈ চিন্তা-ভাবনাৰ মান দিনক দিনে সলনি হৈ গৈ থাকে। তাৰ ফলস্বৰূপে বিভিন্ন বিষয়ৰ অধ্যয়নস্বৰূপ ধাৰা সৃষ্টি হয়। এই ধাৰাৰে এটা হ’ল সাহিত্য। সাহিত্যৰ এটা অন্যতম
Read More...

একত্ৰীকৰণ কৰা হ’ব নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়…

শিক্ষাৰ্থীৰ সংখ্যা কম।একত্ৰীকৰণ কৰা হ'ব নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়।মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ে প্ৰকাশ কৰিলে সংশ্লিষ্ট বিদ্যালয়ৰ তালিকা।নতুনকৈ প্ৰাদেশিকীকৃত ১৯৫ খন মাধ্যমিক বিদ্যালয়ক একত্ৰিকৰণ প্ৰক্ৰিয়াৰে আন
Read More...

APSC ৰ ফলাফলত সফলতা অৰ্জন বাক্সা জিলাৰ নৱ ডেকা

দৰিদ্ৰতা কেতিয়া ও শিক্ষাৰ সেত্ৰত হেঙাৰ হব নোৱাৰে এই কথা প্ৰমাণ কৰি দেখুৱালে এজন যুৱকে । বাক্সাৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক।নাম নৱ ডেকা সৰুৰে বহু কষ্ট কৰি পঢ়ি আহিছে। এটি যুপুৰি ঘৰত বাস কৰি পঢ়ি অহা বাক্সা জিলাৰ খাগ্ৰাবাৰি নিবাসী গণেশ
Read More...

‘শৈক্ষিক প্ৰতিষ্ঠানসমূহে সামাজিক সম্পৰ্কৰ মূল্য আৰু সচেতন নাগৰিকত্বৰ ওপৰত গুৰুত্ব দিব…

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই শনিবাৰে শৈক্ষিক অনুষ্ঠানবোৰ ৰৈ যোৱাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল যাৰ ফলত ডিগ্ৰী আৰু মানৱ সম্পদৰ অৱমূল্যায়ন হৈছিল। -বিজ্ঞাপন- অন্ধ্ৰপ্ৰদেশৰ আচাৰ্য নাগাৰ্জুন বিশ্ববিদ্যালয়ত সমাৱৰ্তন ভাষণ প্ৰদান কৰাৰ
Read More...

ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক…

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT) ৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী, কোচ-ৰাজবংশী,
Read More...