Breaking

Browsing Category

শিক্ষা

যোৰহাটৰ তিমতিমীয়াত যোগেন চন্দ্ৰ নেওগৰ তিনিখন গ্ৰন্থ উন্মোচন

সাংস্কৃতিক মহাসভা অসম, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক যোগেন চন্দ্ৰ নেওগৰ ভিন্ন প্ৰসংগৰ তিনিখন গ্ৰন্থ ২২ আগষ্টত উন্মোচন হৈ যায়। ক'ভিড প্ৰতিৰোধ বিধি মানি নামনি তিমতিমীয়া গাঁৱত লেখকৰ গৃহত সাহিত্যসেৱী প্ৰফুল্ল প্ৰাণ গগৈৰ সঞ্চালনাত
Read More...

নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি…

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত
Read More...

বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানগাৰ ভৱনৰ উদ্ধোধন

নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানাগাৰ ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ
Read More...

বিটিআৰ(Accord)ৰ ৬.৩ দফা কাৰ্যকৰী নহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অপ্ৰাদেশীকৰণ শিক্ষক সন্থাৰ

বিটিআৰ পৰষদীয় চৰকাৰ গঠন হোৱা প্ৰায় ৬ মাহত কৈ অধিক দিন পাৰ হ'ল।কিন্তু!! "২০২০ চনৰ ২৭ জানুৱাৰীত সাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তি (BTR Accord) ৰ ৬.৩ দফাত উল্লেখিত বিটিআৰত থকা সকলোবোৰ অপ্ৰাদেশীকৰণ স্কুল,কলেজ, প্ৰাদেশীকৰণ বা
Read More...

সদৌ বিটিএডি প্ৰাথমিক অসম টেট উত্তীৰ্ণ সন্থাৰ পৰিষদীয় চৰকাৰলৈ দাবী

 বিগত ২০১৯ বৰ্ষৰ অসম টেটত জ'ন - ২ ( বিটিআৰ) হিচাপে উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্ত দিয়াৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে  সদৌ বিটিএডি প্ৰাথমিক অসম টেট - ২০১৯ উত্তীৰ্ণ
Read More...

চিনামৰা মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস পালন : গ্ৰন্থ উন্মোচনেৰে পণ্ডিতপ্ৰৱৰলৈ শ্ৰদ্ধা

দক্ষিণ যোৰহাটত মহাবিদ্যালয় প্ৰতিষ্ঠাৰে বহুমুখী চিন্তাধাৰাৰ শিক্ষাবিদ আনন্দ শইকীয়াই যিদৰে সমাজ জীৱনৰ সাৰ্থকতালৈ আনিব পৰা দিশেৰে এই উচ্চ শিক্ষানুষ্ঠান গঢ়াত ভূমিকা ল'লে সেয়া নিশ্চয়কৈ চাবলগীয়া। শইকীয়াৰ অৱসৰত পুত্ৰ ড০ অঞ্জন শইকীয়াৰ
Read More...

২০২১-২০২২ বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণ

২০২১-২২ বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ হ'ব। দশম শ্ৰেণী (মেট্ৰিক)ত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তি সম্পন্ন হ'ব। ইয়াৰ পাছত স্নাতক শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া
Read More...

অস্মিতা কাকতিক সম্বৰ্ধনা বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ

 সদ্য ঘোষিত আই চি এছ পৰীক্ষাত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আসাম ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ  ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা বিশ্বনাথ জিলাৰ বৰগাং চাহ-বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নবনীতা
Read More...

জ্যোতিষ ৰত্ন নৰেন্দ্ৰ নাথ শৰ্মাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মাজৰ বাহৰৰ স্থায়ী বাসিন্দা তথা স্বৰ্ণপদক প্ৰাপক জ্যোতিষ শাস্ত্ৰী নৰেন্দ্ৰ নাথ শৰ্মাক এইবছৰ ৱৰ্ল্ড এষ্ট্ৰ' ছচাইটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে । জ্যোতিষ ৰত্ন তথা চন্দ্ৰগুপ্ত
Read More...

ব্যতিক্ৰমী ৰূপত কণ কণ ছাত্ৰ-ছাত্ৰী

ভয়াবহ কৰ'না ভাইৰাছৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে সমগ্ৰ ৰাজ্য কিম্বা ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমান অব্যাহত আছে অনলাইন শিক্ষা ব্যৱস্থা । ইয়াৰ মাজতেই
Read More...