Breaking

Browsing Category

শিক্ষা

দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

দুধনৈত নতুনকৈ স্থাপন হ’বলগীয়া অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে দুধনৈৰ উদয়পুৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
Read More...

কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি ভিচিডিচিৰ অন্তৰ্গত দাৰোগাখাট কলবাৰী গাঁওৰ মিলনজ্যোতি সংঘৰ উদ্যোগত ২০২০-২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠান
Read More...

কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনত তিনি হাজাৰৰো শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা প্ৰদান

শুকুৰবাৰে অনলাইনযোগে অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তনত তিনিহাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ডিগ্ৰী আৰু ডিপ্লমাসমূহ লাভ কৰে।সমাৱৰ্তনৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰি কটন বিশ্ববিদ্যায়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে
Read More...

নাজিৰা মহকুমাৰ তিনি শিক্ষকক বিশেষ পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান

এইবছৰ শিৱসাগৰ জিলাৰ ২০২১বৰ্ষৰ কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত নাজিৰা মহকুমাৰ তিনিজন শিক্ষাগুৰুক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত নাজিৰা মহকুমাৰ সংশ্লিষ্ট বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সন্তুষ্টি প্ৰকাশ
Read More...

ৰঙিয়াত শিক্ষক দিৱস উদযাপন

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াস্থিত কৃষক শ্বহীদ ভৱনত প্ৰয়াত সংস্কৃত পণ্ডিত বাণেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক কৃতি শিক্ষক বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। সংগীত গ্ৰুপ অব ক্ৰিয়েচন ৰঙিয়াৰ দ্বাৰা আয়োজিত অনুষ্ঠানত এইবেলি শিক্ষক বটা
Read More...

সদৌ টাই আহোম ছাত্ৰ সন্থা,লাচিত শাখাৰ সহযোগত শিক্ষক দিৱসৰ আয়োজন

 ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসৰ দিনা সমগ্র ভাৰতবৰ্ষতেই পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক সকলক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে সমগ্র দেশতেই ৫ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস হিচাপে। সমগ্র দেশৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা
Read More...

বৰপেটাত শিক্ষক দিৱসত ১৭ কৃতি শিক্ষকক সম্বৰ্দ্ধনা

দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি শিক্ষক দিৱস জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ ১৭ গৰাকী বিদ্যালয়ৰ শিক্ষকক কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰা হয়। তদুপৰি
Read More...

ভাৰতীয় আদৰ্শ নিকেতনৰ ‘গুৰু-শিষ্য পৰম্পৰা’

উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত শংকৰদেৱ শিশু নিকেতন উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট শিক্ষাবিদক সম্বৰ্ধনা আৰু চিনিয়ৰ ছেকেণ্ডাৰী পাঠদান
Read More...

ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

বোকাজান মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ২৪ তম প্ৰতিষ্ঠা দিৱস যোৱা ১ চেপ্তেম্বৰ তাৰিখে কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেই অনুষ্টুপীয়াকৈ পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ
Read More...

সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষাৰ সংস্কাৰৰ দাবী লৈ শিক্ষামন্ত্ৰীৰ ওচৰত ৩৪ টা ছাত্ৰ সংগঠন শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ সংগঠনৰ বিশেষ দাবী : ● শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈ আহ্বান।●জনজাতীয় আৰু জনগোষ্ঠীয়
Read More...