Breaking

Browsing Category

শিক্ষা

সদৌ টাই আহোম ছাত্ৰ সন্থা,লাচিত শাখাৰ সহযোগত শিক্ষক দিৱসৰ আয়োজন

 ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসৰ দিনা সমগ্র ভাৰতবৰ্ষতেই পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক সকলক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে সমগ্র দেশতেই ৫ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস হিচাপে। সমগ্র দেশৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা
Read More...

বৰপেটাত শিক্ষক দিৱসত ১৭ কৃতি শিক্ষকক সম্বৰ্দ্ধনা

দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি শিক্ষক দিৱস জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ ১৭ গৰাকী বিদ্যালয়ৰ শিক্ষকক কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰা হয়। তদুপৰি
Read More...

ভাৰতীয় আদৰ্শ নিকেতনৰ ‘গুৰু-শিষ্য পৰম্পৰা’

উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত শংকৰদেৱ শিশু নিকেতন উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট শিক্ষাবিদক সম্বৰ্ধনা আৰু চিনিয়ৰ ছেকেণ্ডাৰী পাঠদান
Read More...

ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

বোকাজান মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ২৪ তম প্ৰতিষ্ঠা দিৱস যোৱা ১ চেপ্তেম্বৰ তাৰিখে কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেই অনুষ্টুপীয়াকৈ পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ
Read More...

সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষাৰ সংস্কাৰৰ দাবী লৈ শিক্ষামন্ত্ৰীৰ ওচৰত ৩৪ টা ছাত্ৰ সংগঠন শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ সংগঠনৰ বিশেষ দাবী : ● শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈ আহ্বান।●জনজাতীয় আৰু জনগোষ্ঠীয়
Read More...

যোৰহাটৰ তিমতিমীয়াত যোগেন চন্দ্ৰ নেওগৰ তিনিখন গ্ৰন্থ উন্মোচন

সাংস্কৃতিক মহাসভা অসম, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক যোগেন চন্দ্ৰ নেওগৰ ভিন্ন প্ৰসংগৰ তিনিখন গ্ৰন্থ ২২ আগষ্টত উন্মোচন হৈ যায়। ক'ভিড প্ৰতিৰোধ বিধি মানি নামনি তিমতিমীয়া গাঁৱত লেখকৰ গৃহত সাহিত্যসেৱী প্ৰফুল্ল প্ৰাণ গগৈৰ সঞ্চালনাত
Read More...

নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি…

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত
Read More...

বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানগাৰ ভৱনৰ উদ্ধোধন

নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানাগাৰ ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ
Read More...

বিটিআৰ(Accord)ৰ ৬.৩ দফা কাৰ্যকৰী নহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অপ্ৰাদেশীকৰণ শিক্ষক সন্থাৰ

বিটিআৰ পৰষদীয় চৰকাৰ গঠন হোৱা প্ৰায় ৬ মাহত কৈ অধিক দিন পাৰ হ'ল।কিন্তু!! "২০২০ চনৰ ২৭ জানুৱাৰীত সাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তি (BTR Accord) ৰ ৬.৩ দফাত উল্লেখিত বিটিআৰত থকা সকলোবোৰ অপ্ৰাদেশীকৰণ স্কুল,কলেজ, প্ৰাদেশীকৰণ বা
Read More...

সদৌ বিটিএডি প্ৰাথমিক অসম টেট উত্তীৰ্ণ সন্থাৰ পৰিষদীয় চৰকাৰলৈ দাবী

 বিগত ২০১৯ বৰ্ষৰ অসম টেটত জ'ন - ২ ( বিটিআৰ) হিচাপে উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্ত দিয়াৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে  সদৌ বিটিএডি প্ৰাথমিক অসম টেট - ২০১৯ উত্তীৰ্ণ
Read More...