Breaking

Browsing Category

শিক্ষা

দেৰগাঁৱৰ কমাৰগাঁও সাৰ্বজনীন পূজা মন্দিৰৰ ব্যতিক্ৰমী পদক্ষেপ, পূজাস্থলীত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

দেৰগাঁৱৰ সোণালী জয়ন্তী বৰ্ষ গৰকা কমাৰ গাঁও সাৰ্বজনীন পূজা মন্দিৰৰ পূজাস্থলীত গত বৰ্ষৰ দৰেই এইবাৰো চলিত বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ, স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লাভ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে
Read More...

বৰপেটাত পোষণ মাহ আৰু মাত্ৰ বন্দনা সপ্তাহৰ আনুষ্ঠানিক সামৰণি

শিশু আৰু প্ৰসূতি মাতৃৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে হাতত লোৱা সজাগতা মূলক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা এমাহ ধৰি পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাত্ৰু বন্দনা কাৰ্যসূচীৰ আজি বৰপেটা জিলা ভিত্তিক অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। এই
Read More...

বিদ্যালয় সমুহৰ সন্মুখতে মাজবাটৰ বাপুজী প্ৰাংগনত প্ৰস্তুতি চলিছে মিনাবজাৰ,আনন্দবজাৰ মেলাৰ ।

দেশজুৰি কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পিছত আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তথা বিদ্যালয় সমুহৰ মিনাবজাৰ,আনন্দ বজাৰ পাতি এক ভয়াবহ পৰিস্হিতি উদ্ভৱ কৰাৰ চেষ্টা
Read More...

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ
Read More...

অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ চয়নিকা ডেকা তৃতীয় স্থান।

অসম কুড়মালি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে ৫ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।অসমৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বিশিষ্ট লেখক ,মাদলৰ
Read More...

জামুগুৰিহাটৰ ধলাইবিলৰ মেধাৱী ছাত্ৰ অজয় সোনাৰক জ্যোতি শিক্ষা বঁ‌টা প্ৰদান

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত  ধলাইবিলৰ এগৰাকী প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ নাম হৈছে অজয় সোনাৰ। অজয় হৈছে জিলাখনৰ ধলাইবিলস্থিত চামধাৰা পানী গাঁৱ নিৱাসী মনবাহাদুৰ সোনাৰ আৰু প্ৰয়াত ৰূপা দেৱীৰ
Read More...

“গুৱাহাটী নিবাসী জামুগুৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ”

 শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাট তথা নদুৱাৰত জন্মগ্ৰহণ কৰি কৰ্মসূত্ৰে গুৱাহাটী নিবাসী হোৱা জামুগুৰীয়াই অঞ্চলটোৰ উন্নয়ন বাবে গ্ৰহণ কৰি অহা প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে গঠন হোৱা 'জামুগুৰিহাট
Read More...

পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন।

পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত কালি দিনযোৰা কাৰ্যসূচীৰে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে। পতাকা উত্তোলনৰ পিছত মহাবিদ্যালয়ৰ
Read More...

বালিঝাৰৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

জ্ঞানৰ মন্দিৰত নমস্য শিক্ষাগুৰুৰ দুৰ্নীতি আৰু অনিয়মৰ তথ্য সময়ে সময়ে পোহৰলৈ আহিছে, শিক্ষানুষ্ঠানত প্ৰধান শিক্ষকৰ দায়িত্ব পাই সোঁৱে বাওঁৱে একাংশই চলাইছে লুণ্ঠনৰাজ। ঠিক তেনে এক ঘটনা সংঘটিত হয় কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বালিঝাৰত।
Read More...

ৰঙিয়াত মনোজ বুকষ্টল প্ৰকাশনৰ উদ্যোগত “টেট গাইড” গ্ৰন্থ উন্মোচন ।

বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হ’বলগীয়া 'অসম টেট' পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সহায়ক হোৱাৰ উদ্দেশ্যে ৰঙিয়াৰ এটি অগ্ৰণী প্ৰকাশক গোষ্ঠী “মনোজ বুকষ্টল” প্ৰকাশনে এখন টেট পৰীক্ষাৰ সহায়ক গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ায় ৷ ৰঙিয়াৰ “ইউক্লিড গ্ৰুপ অৱ
Read More...