Breaking

Browsing Category

শিক্ষা

নদলাত নতুন শিক্ষানীতি সন্দৰ্ভত শিক্ষক প্ৰশিক্ষণ সম্পন্ন

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নদলাৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত নতুন শিক্ষানীতি সন্দৰ্ভত কালি  শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ৰাতিপুৱা ১০:৩০ বজাত অনুষ্ঠিত উক্ত শিক্ষক প্ৰশিক্ষণ শিবিৰটোত পশ্চিম নলবাৰী প্ৰাথমিক
Read More...

হাবি বননিয়ে ভৰি থকা লাহৰীঘাট অঞ্চলৰ এটা অংগনৱাড়ী কেন্দ্র

ৰাজ্য চৰকাৰে সমাজ কল্যাণ বিভাগে জনকল্যাণমূলক বিভিন্ন আঁচনিৰ দ্বাৰা শিশু শিক্ষাৰ উন্নয়নৰ বাবে। যথেষ্ট পৰিমাণৰ বাজেট ৰাখে। তাৰ ভিতৰত অংগনৱাড়ী কেন্দ্ৰবোৰো সামৰি লোৱা হয়। সম্প্রতি লক ডাউনৰ প্ৰতি ৰাখি অংগনৱাড়ী কেন্দ্ৰৰ পাঠদান সমূলি বন্ধ
Read More...

শিক্ষাৰ্থীক পাঠদান কৰি স্মৃতি ৰোমন্থন বজালীৰ উপায়ুক্তৰ

দীৰ্ঘ দিনৰ বিৰতিৰ পাছত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ খোলাৰ লগে লগে স্বাভাৱিকতেই শিশু শিক্ষাৰ্থী সকলৰ মনত উৎসাহ উদ্দীপনা আৰু আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে । আশাভৰা দিনৰ
Read More...

শিশুৰ ভুলৰ বাবে অভিভাৱকসকলক শাস্তি দিয়া হ’ব, চীনত নতুন আইন প্ৰণয়ন কৰিবলৈ প্ৰস্তুত

যদি সৰু ল'ৰা-ছোৱালীয়ে 'অতি বেয়া আচৰণ' বা অপৰাধ কৰে, তেওঁলোকৰ পিতৃ-মাতৃয়েও শাস্তিৰ সন্মুখীন হ'ব লাগিব। প্ৰস্তাৱিত 'পাৰিবাৰিক শিক্ষা প্ৰচাৰ আইন'ৰ খচৰাখন এই সপ্তাহত চীনা সংসদৰ স্থায়ী সমিতিয়ে পৰ্যালোচনা কৰিব।বেইজিং: চীনৰ সংসদত এখন আইন
Read More...

দীৰ্ঘদিনীয়া বন্ধ ৰ পিচত খোলখালে ২নং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চ প্ৰাথমিক শ্ৰেনীবোৰ

কৰোনা মহামাৰীৰ বাবে  বন্ধ হৈ পৰা  উচ্চ প্ৰাথমিক  আৰু মধ্য প্ৰাথমিক বিদ্যালয় সমূহ ১৯অক্টোবৰৰ পৰা কভিড বিধি মানি খোল খালে  ৷            কভিড মহামাৰীৰ বাবে ৬ মাহ ধৰি বন্ধ হৈ পৰা বিদ্যালয় সমূহ  ১৯অক্টোবৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া  নিয়ম
Read More...

ওদালগুৰি জিলা দেউলগুৰিত ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তীর্ণ হোৱা…

ওদালগুৰি জিলা দেউলগুৰি গাওঁ পৰিচালনা সমিতিৰ উদ্যোগত  ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তিৰ্ণ হোৱা কৃতি ছাত্ৰ  ছাত্ৰীক   মংগলবাৰে ১৯ অক্টোবৰ তাৰিখে দেউলগুৰি  বাথৌ থানশালিত সম্বৰ্ধনা জনোৱা দেখা যায় ।উল্লেখ্য যে
Read More...

দেৰগাঁৱৰ কমাৰগাঁও সাৰ্বজনীন পূজা মন্দিৰৰ ব্যতিক্ৰমী পদক্ষেপ, পূজাস্থলীত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন

দেৰগাঁৱৰ সোণালী জয়ন্তী বৰ্ষ গৰকা কমাৰ গাঁও সাৰ্বজনীন পূজা মন্দিৰৰ পূজাস্থলীত গত বৰ্ষৰ দৰেই এইবাৰো চলিত বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ, স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লাভ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে
Read More...

বৰপেটাত পোষণ মাহ আৰু মাত্ৰ বন্দনা সপ্তাহৰ আনুষ্ঠানিক সামৰণি

শিশু আৰু প্ৰসূতি মাতৃৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে হাতত লোৱা সজাগতা মূলক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা এমাহ ধৰি পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাত্ৰু বন্দনা কাৰ্যসূচীৰ আজি বৰপেটা জিলা ভিত্তিক অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। এই
Read More...

বিদ্যালয় সমুহৰ সন্মুখতে মাজবাটৰ বাপুজী প্ৰাংগনত প্ৰস্তুতি চলিছে মিনাবজাৰ,আনন্দবজাৰ মেলাৰ ।

দেশজুৰি কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পিছত আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তথা বিদ্যালয় সমুহৰ মিনাবজাৰ,আনন্দ বজাৰ পাতি এক ভয়াবহ পৰিস্হিতি উদ্ভৱ কৰাৰ চেষ্টা
Read More...

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ
Read More...