Breaking

Browsing Category

শিক্ষা

কটনৰ বিশেষ ব্যৱস্থা

কভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধিনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে
Read More...

জঙ্গলপাৰা জুনিয়ৰ কলেজলৈ ৪০ লাখ টকাৰ অনুদান বিধায়ক মজিবুৰ ৰহমানৰ

বিধায়ক নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বিধায়ক মজিবুৰ ৰহমানে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আজি দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত জঙ্গলপাৰা জুনিয়ৰ কলেজ (বৰ্তমান চিনিয়ৰ চেকেণ্ডেৰী স্কুল) - ত অনুষ্ঠিত এক সভাত কলেজ
Read More...

আৰ্থিক দুৰাৱস্থাৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত যুৱতীৰ কৰ্মৰে স্বাৱলম্বনৰ পথ

শিক্ষা বিষয়ক প্ৰধান বিষয় হিচাপে লৈ সুখ্যাতিৰে স্নাতক উত্তীৰ্ন হৈও পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে স্নাতকোত্তৰ পঢ়িবলৈ সক্ষম নোহোৱা গহপুৰৰ এগৰাকী যুৱতীয়ে কৰ্মৰে জীৱন সংগ্ৰামত সফলতাৰে আগবাঢ়িবলৈ সক্ষম হৈছে। এগৰাকী যুৱতী হৈয়ো পিতৃৰ
Read More...

ৰৌতাত ‘নীট’ পৰীক্ষাত দুজন ছাত্ৰ কূলদীপ আৰু দিব্যজ্যোতিৰ সাফল্য

সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ 'নীট 'ত বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি চহৰৰ পৰা প্ৰায় তিনি কিলো মিটাৰ নিলগৰ ৰৌতাষ্টেচনৰ দুজন শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰৌতা অঞ্চলটোলৈ সুনাম কঢ়িয়াই
Read More...

লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত অভিভাবক সভা

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ এক আগশাৰীৰ ব্যতিক্রমধৰ্মী তথা আধুনিক শিক্ষা জগতৰ উন্নত মানদণ্ডৰ এটি ব্যক্তিগত শিক্ষানুষ্ঠান লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত আজি দিনৰ ১২ বজাত শতাধিক ছাত্র ছাত্রীৰ অভিভাবক আৰু বিদ্যালয়ৰ
Read More...

অসম হাইস্কুল শিক্ষক সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা

অসম হাইস্কুল শিক্ষক সন্থাৰ এটি সঁজাতি দলৰ সৈতে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় ভৱনত অনুস্থিত এই আলোচনাত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু
Read More...

ওদালগুৰি জিলাৰ ৰৌতা জাতীয় বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা

ওদালগুৰি জিলাৰ ৰৌতাৰ জাতীয় বিদ্যালয়ত অহা ৭ নবেম্বৰত সামাজিক আৰু ছপা মাধ্যমৰ এগৰাকী বিশিষ্ট লেখক-শিক্ষক খজেন ডেকাৰ "জীৱনৰ ধূসৰিত পৃষ্ঠাবোৰ"শীৰ্ষক তৃতীয়খন গ্ৰন্থ উন্মোচন কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰিসংখ্যা বিষয়া নগেন্দ্ৰ মোহন
Read More...

ধুবুৰী প্ৰাথমিক শিক্ষক সন্মিলনী গঠন

ধুবুৰী জিলাৰ ভোগদহৰ,ফুলকাকাটা,পাটামাৰি আদি চৰাঞ্চলৰ কৰ্মৰত শিক্ষকসকলৰ দ্বাৰা সন্মিলিত হোৱা "চৰাঞ্চলৰ শিক্ষক গোট"ৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ২২৫৯ নং অয়ৰণজংলা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত।উক্ত সভাত সভাপতিত্ব কৰে ২০০৩ নং
Read More...

এম ছিৰাজ উদ্দিন ইষ্টেট লাইব্ৰেৰীত ইংৰাজী ভাষাৰ কিতাপ দান সাংসদ বদৰুদ্দিন আজমলৰ।

বৃহস্পতি বাৰে হোজাই জিলাৰ নীলবাগানত এম ছিৰাজ উদ্দিন আজমল ইষ্টেট লাইব্ৰেৰীত ইংৰাজী ভাষাৰ কিতাপ দান কৰিবলৈ উপস্থিত হৈছিল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল তেওঁৰ লগত সংগ দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰশ্বিদ আহমেদ চৌধুৰী,
Read More...

নগৰবেৰাৰ দুই ছাত্ৰৰ সাফল্যত উৎসৱ মুখৰ পৰিবেশ

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিক্ৰম ছাৰাভাই চাইন্স একাডেমীৰ ২০১৯-২০ বৰ্যৰদুই ছাত্ৰ ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালে সদ্য ঘোষিত সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ বাছনি পৰীক্ষা(নীট)ত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে
Read More...