Breaking

Browsing Category

শিক্ষা

লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন

 দেৰগাঁও বিধানসভা সমষ্টিৰ ৪০ নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ অগ্ৰনী শিক্ষানুষ্ঠান লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। বিদ্যালয় খনৰ ভুমি দাতা ভাতৃদ্বয় স্বৰ্গীয় মাগুৰাম পেগু আৰু স্বৰ্গীয় চকীৰাম পেগুৰ
Read More...

ওৰাঙৰ পাউৰীপোটা হাইস্কুলত BPL ছাত্ৰক চাইকেল বিতৰণ

ওদালগুৰি, প্ৰতিবেদক :ওদালগুৰি জিলাৰ ওৰাং মৌজাৰ এক গ্ৰাম্যাঞ্চল পাউৰীপোটা হাইস্কুলত ১৩  দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ঊনসত্তৰ ছাত্ৰক চৰকাৰী আচনিৰ নতুন চাইকেল বিতৰণ কৰা হয় ।প্ৰধান শিক্ষক  ভৱেন হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত
Read More...

ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ

আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুখবৰ । পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই কৰি দিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় দুই লাখতকৈ
Read More...

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আলোচনী উন্মোচন

নাজিৰা মহকুমাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এঘাৰ নৱেম্বৰত এখন প্ৰাচীৰ পত্ৰিকা "জ্ঞানমালিনী" আৰু এখনি হাতেলিখা আলোচনী "দাপোণ" নাজিৰাৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা
Read More...

ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত চূড়ান্ত অৰাজকতা

বিটিএডি ভুক্ত ওদালগুৰি জিলাৰ এক উল্লেখযোগ্য শিক্ষানুষ্ঠান হল ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়৷স্বাধীনতা লাভৰ  ৭৪ বছৰৰ পিছত ১৯৯০ চনত স্থাপিত মহাবিদ্যালয়ৰ খনে ৩১ বছৰ অতিক্ৰম কৰি বৃহত্তৰ সমগ্ৰ ওদালগুৰি জিলাৰ পূব প্ৰান্তত সমগ্ৰ
Read More...

বাক্সাৰ গৱেষিকা ছাত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি

পোন প্ৰথমবাৰৰ বড়ো জনগোষ্ঠীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি(PMRF) লাভ কৰি বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দৰ জোৱাৰ উঠিছে ৷ বাক্সা জিলাৰ শিমলাৰ গৱেষিকা ছাত্ৰী উজিনী দেৱী দৈমাৰীয়ে
Read More...

চৰাঞ্চলৰ শিক্ষকৰে ধুবুৰী প্ৰাথমিক শিক্ষক সন্মিলনী গঠন

ধুবুৰী জিলাৰ ভোগদহৰ,ফুলকাকাটা,পাটামাৰি আদি চৰাঞ্চলৰ কৰ্মৰত শিক্ষকসকলৰ দ্বাৰা সন্মিলিত হোৱা "চৰাঞ্চলৰ শিক্ষক গোট"ৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ২২৫৯ নং অয়ৰণজংলা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত।উক্ত সভাত সভাপতিত্ব কৰে ২০০৩ নং
Read More...

শিৱসাগৰৰ চৰকাৰী বিদ্যালয়ত অসমৰ ভিতৰতে প্ৰথম আচুতীয়া কোঠা শুভ উদ্বোধন

শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ খেলুৱা শিক্ষা খণ্ডৰ বকতা সমল কেন্দ্ৰ পশ্চিম বস্তি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ স্বাস্থ্য জনিত কাৰণত ব্যৱহাৰ হোৱাকৈ অসমৰ ভিতৰত প্ৰথমটো আছুতীয়া কোঠা লগতে আন
Read More...

মৰিগাঁৱত মূকাভিনেতা মুকুন্দ নাথৰ উল্লেখনীয় পদক্ষেপ

-মৰিগাঁৱৰ এইবাৰ মুকুন্দ নাথে আৰম্ভ কৰিছে প্ৰশিক্ষণ মুকাভিনয়। জানিব পৰা মতে মুঠ ১০০০ বিদ্যালয়ৰ ৫০০০ শিক্ষাৰ্থীক দিব মূকাভিনয় প্ৰশিক্ষণ। মূকাভিনেতা মুকুন্দ নাথে কয় যে প্ৰথম পৰ্যায়ত ১০০০ খন বিদ্যালয় নিৰ্বাচিত কৰি মুঠ
Read More...

কটনৰ বিশেষ ব্যৱস্থা

কভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধিনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে
Read More...