Breaking

Browsing Category

শিক্ষা

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি ষষ্ঠ দিন আন কেইদিনৰ দৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়। ২২ ডিচেম্বৰৰ পুৱা ১০ বজাত মৰহুম জুলহাস সিকদাৰ সোঁৱৰণী স্মৃতি পৰীক্ষা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন পাটাছাৰকুছি
Read More...

দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰ ২.৫ লাখ শিক্ষাৰ্থীঃ অৰবিন্দ কেজৰিৱাল

দিল্লীত ৰাজহুৱা শিক্ষা ব্যৱস্থাত আমাৰ উন্নতিৰ বাবে অতি কমেও ২.৫ লাখ শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ ব্যক্তিগত বিদ্যালয় বৰ্জন কৰিছিল, দেওবাৰে (১৯ ডিচেম্বৰ) দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কায়স্থ সমাজ সন্মিলনত ভাষণ
Read More...

গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসত সভা

ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চমুকৈ আৰ. এম. এচ. এৰ অধীনস্থ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ছাত্ৰী নিবাসত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বিগত সময়ত উক্ত
Read More...

মাজবাট মহাবিদ্যালয়ত ‘স্পোকেন ইংলিছ’ কোৰ্চৰ শুভাৰম্ভ

ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ত বুৰঞ্জী আৰু অৰ্থনীতি বিভাগৰ উদ্যোগত 'স্পোকেন ইংলিছ' কোৰ্চৰ শুভাৰম্ভ কৰা হয় । বিশেষকৈ ছাত্ৰ- ছাত্ৰীসকলৰ ইংৰাজী কথা কোৱাৰ ক্ষেত্ৰত যি অসুবিধা লাভ কৰে তাক দূৰ কৰাৰ উদ্দেশ্যে এই কোৰ্চ আৰম্ভ কৰা হয় ।
Read More...

কাকজান মহাবিদ্যালয়ত ‘সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষণ’ শীৰ্ষক অনুষ্ঠান

কাকজান মহাবিদ্যালয়ত মঙলবাৰে ইংৰাজী বিভাগৰ ইংলিচ ষ্টাডি আৰু লিটাৰেৰী ফ'ৰাম'ৰ উদ্যোগত সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষন শীৰ্ষক অনুষ্ঠান সম্পন্ন হয় । বিশিষ্ট অনুবাদক তথা সংগীতশিল্পী, ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি
Read More...

নাজিৰাৰ গড়মূৰ জ্ঞানজ্যোতি একাডেমীৰ অভিনৱ পদক্ষেপ :অনুষ্ঠিত কৰিলে ধান দোৱা আৰু লেচেৰী বোতলা…

যুৱ প্ৰজন্মক কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট কৰাৰ মানসেৰে গড়মূৰ জ্ঞানজ্যোতি একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলে গ্ৰহণ কৰিলে এক অভিনৱ পদক্ষেপ ৷ ছাত্ৰ- ছাত্ৰীৰ মাজত ধান দোৱা প্ৰতিযোগিতা অলুষ্ঠিত কৰিলে বিদ্যালয় কৰ্তৃপক্ষই ৷ একাংশ ছাত্ৰ -ছাত্ৰী হাতত
Read More...

দমদমা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোৰ অগ্ৰণী শিক্ষানুস্থান দমদমা মহাবিদ্যালয়ৰ ২০২১ বৰ্ষৰ নৱাগত আদৰণি সভা খনি আজি ছাত্র একতা সভাৰ উদ্যোগত  মহাবিদ্যালয় প্ৰাংগণত অনুস্থিত হয় । সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন
Read More...

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ ৰৌতাৰ ২ ছাত্ৰ-ছাত্ৰী

বিটিএডিৰ ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত ৰৌতা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত অগ্ৰণী তথা উজ্বল এখন শিক্ষানুষ্ঠান দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় । সুনাম থকা এই শিক্ষানুষ্ঠানখনৰ একাদশ শ্ৰেণীৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবেলি ২৯ তম ৰাষ্ট্ৰীয়
Read More...

নাজিৰা মহাবিদ্যালয়ত পৰিৱেশ প্ৰদূষণৰ ওপৰত আলোচনা চক্ৰ

নাজিৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত " পৰিৱেশ প্ৰদূষণ আৰু মানৱ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ " শীৰ্ষক বিষয়ত অলপতে এখনি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। গণিত বিভাগৰ সহযোগী অধ্যাপিকা সুজাতা
Read More...

ছিপাঝাৰৰ অৱসৰী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

যৌৱনত তেওঁলোকে সপোন দেখিছিল একোজন শিক্ষক হোৱাৰ আৰু শিক্ষকতাকেই জীৱনৰ ব্ৰত হিচাপে লৈ সপোনটোক আজীৱন বুকুত বান্ধি মানৱ গঢ়াৰ কমাৰশালত আত্মনিয়োগ কৰিলে । এদিন তেওঁলোকৰ এই সপোন বাস্তৱত পৰিণত হ'ব । চৰকাৰৰ ঘৰৰ পৰা তেওঁলোকৰ ত্যাগৰ বিনিময়ত পাব
Read More...