Breaking

Browsing Category

শিক্ষা

সাংকেতিক ভাষা বুজিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিলে কুৰি বছৰীয়া ভাৰতীয় ছাত্ৰীয়ে

মুক-বধিৰ সকলক কোনো একোটা বিষয়ৰ কথা বুজোৱাতো কিমান কষ্টকৰ সেয়া এই বিষয়ৰ সৈতে জৰিত সকলেহে ভালদৰে অনুভৱ কৰিব পাৰে। কিন্তু এই সমস্যাৰ এক উজু সমাধান উলিয়াবলৈ সক্ষম হৈছে এগৰাকী কুৰি বছৰীয়া ছাত্ৰীয়ে। যিসকলে সঠিকভাৱে কথা ক'ব নোৱাৰে বা শুনা নাপায়
Read More...

উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ বিহুৰ ব্যৱহাৰিক পৰীক্ষাৰ নতুন নিৰ্দেশনা

উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে বিহুক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনা। বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰীক্ষকৰ থাকিব লাগিব বিশেষ যোগ্যতা। তেওঁ স্নাতকোত্তৰ হ’ব লাগিব, যিকোনো বিষয়ত। তেওঁৰ বিহুৰ থিয়ৰী আৰু
Read More...

আজিৰে পৰা মুকলি হ’ল ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

আজিৰে পৰা ৰাজ্যত খুলি দিয়া হৈছে বিদ্যালয়সমূহ। আজিৰে পৰা পুনৰ আৰম্ভ স্বাভাৱিক জীৱন যাত্ৰা। ক'ভিড-১৯ৰ যি কঠোৰ নীতি নিয়ম আছিল সেই সকলোবোৰ নিয়ম শিথিল কৰি দিয়া হৈছে আজিৰে পৰা। ছাএ - ছাত্ৰীৰ লগতে শিক্ষক
Read More...

বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এদিনীয়া কৰ্মশালা

বিশ্বনাথৰ প্ৰায় আঠ কিলোমিটাৰ উত্তৰে পাভৈ অঞ্চলত অৱস্হিত সমগ্ৰ অসমৰ এক সৰ্ববৃহৎ মৎস্য প্ৰজনন কেন্দ্ৰ 'পাভৈ ফিছ্ ফাৰ্মত' বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত এখনি এদিনীয়া কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। বিভাগটোৰ
Read More...

চিলাপথাৰ মহাবিদ্যালয়ত “Aquarium Fabrication and Maintenance” শীৰ্ষক কৰ্মশালা

চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতিম দত্তৰ সভাপতিত্বত মঙ্গলবাৰে মহাবিদ্যালয়খনিৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা Aquarium Fabrication and Maintenance" শীৰ্ষক এদিনীয়া কৰ্মশালাখনি উদ্বোধন কৰে
Read More...

চিলাপথাৰ মহাবিদ্যালয়ত soft skillৰ এদিনীয়া কৰ্মশালা সম্পন্ন

সৰস্বতী পূজাৰ উচাহ উদ্দীপনাৰ মাজতে শণিবাৰে চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত এখন soft skill বিষয়ক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনি  আঁত ধৰে মহাবিদ্যালয় খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক মানস প্ৰতিম
Read More...

স্থগিত নহয় GATE ২০২২ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। আইআইটি খৰগপুৰে ক'ৰনা সৃষ্ট পৰিৱেশৰ বাবে এই পৰীক্ষা
Read More...

গ্ৰন্থ সমালোচনাঃ ড° গীতালি শইকীয়াৰ “বগলী সূতাৰ চাদৰখন”

নৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় লেখিকা ড° গীতালি শইকীয়াৰ সদ্য প্ৰকাশিত 'বগলী সূতাৰ চাদৰখন' আমাৰ হাতত পৰিছে।লোকনাট্যত গৱেষণা কৰিও সাংবাদিকতাক পেশা হিচাপে গ্ৰহণ কৰা ড° গীতালিৰ লেখাৰে
Read More...

ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত দিৱস

বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ গণিত আৰু বিজ্ঞান ক্লাৱৰ উদ্যোগত ২২ ডিচেম্বৰৰ দিনা দশম ৰাষ্ট্ৰীয় ' গণিত দিৱস 'পালন কৰা হয় । বিদ্যালয়খনৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা
Read More...