চলন্ত ৰে’লত বিধ্বংসী অগ্নিকাণ্ডঃপঞ্জাৱৰ অমৃতসৰলৈ গৈ আছিল ৰে’লখন

পঞ্জাৱত চলন্ত ৰে’লত বিধ্বংসী অগ্নিকাণ্ড।

পঞ্জাৱৰ ৰাজপুৰাত কৰ্মভূমি এক্সপ্ৰেছত এই অগ্নিকাণ্ড।

ভস্মীভূত কৰ্মভূমি এক্সপ্ৰেছৰ চাৰিটাকৈ ডবা।

অগ্নিকাণ্ডত কেইবাগৰাকীও যাত্ৰী আহত হোৱাৰ খবৰ।

ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৰে’লখনৰ যাত্ৰীসকলক।

পঞ্জাৱৰ অমৃতসৰলৈ গৈ আছিল ৰে’লখন।






Related Articles