Breaking

Browsing Category

শিক্ষা

ৰঙিয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ,গঠন হʼল অভিভাৱক কমিটি

ৰাজ্যত কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। প্ৰতিবাৰেই কোনো ধৰণৰ আলোচনা অথবা আগজাননী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি মাচুলকে ধৰি শৈক্ষিক মাচুল নিজ
Read More...

আৰণ্যক উদ্যোগত “গঁড়ৰ বিদ্যালয় যাত্রা” সজাগতা সভা

বোকাখাট মহকুমাৰ মহুৰা মৌজাৰ  উত্তৰ মহুৰা আৰু দিচৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি বামুন চাপৰি প্ৰাথমিক বিদ্যালয়ত, বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজনি বংকোৱালৰ প্ৰাথমিক বিদ্যালয়, ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়, বংকোৱালৰ বালিকা উচ্চ
Read More...

কাকজানত চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

অকণ শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ আৰু অলকানন্দা কলামণ্ডলৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লকডাউনৰ সময়ত অনলাইন যোগে সম্পন্ন হোৱা এখনি প্ৰতিযোগিতাৰ পৰা চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা
Read More...

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই

কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন । অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই । চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই । ৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত । কুইপ কৰ্তৃপক্ষই মানি লৈছে
Read More...

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত ব্যৱহাৰিক পৰীক্ষা

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত/হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা । আজি অসম মাধ্যমিক শিক্ষা পৰিষদে এক গোহাৰিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে, ৪ আৰু ৫ মাৰ্চত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা সমূহ। অন্যহাতে লিখিত
Read More...

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত পৰিবেশ আৰু জলবায়ু কোষ, উন্নত ভাৰত অভিযান গোট আৰু মহাবিদ্যালয়খনৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰী বিজ্ঞান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০
Read More...

ব্যতিক্ৰমী প্ৰয়াসেৰে দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীক দিছে ব্যতিক্ৰমী শিক্ষা

দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী, কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰৰ ব্যতিক্ৰমী প্ৰয়াসে গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক অত্যুতসাহী কৰি তুলিছে। শিক্ষয়িত্ৰী গৰাকীয়ে এক ব্যতিক্ৰমী যাত্ৰাৰে গ্ৰাম্যাঞ্চলৰ
Read More...

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন

যোৱা ২৬ ফেব্ৰুৱাৰী ত দক্ষিণ কামৰূপ ৰ মিৰ্জাস্হীত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে এটা আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰধান অধ্যক্ষ আৰু উপাধ্যক্ষ উপস্থিত থকাৰ লগতে
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ লীলাকান্ত নাথ । আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে নিযুক্তি দিলে ড০ নাথক । ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে ২৮ ফেব্ৰুৱাৰীত ল’ব অৱসৰ । ফাৰ্মাচিটিউকেল বিভাগৰ অধ্যাপক ড০ লীলাকান্ত নাথ ।
Read More...

বিশ্বনাথ জিলাৰ বিহালীত ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ সন্থাৰ ধৰ্ণা

আজি নিখিল ভাৰত ছাত্ৰ সন্থাই শেহতীয়াকৈ বিজেপি চৰকাৰে ভেঞ্চাৰ স্কুল সমূহ বন্ধ কৰি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত  বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচী
Read More...