Breaking

Browsing Category

শিক্ষা

কৃতী প্ৰধান শিক্ষক অনিল বাঘবৰাক ৰাজহুৱা বিদায় সম্বৰ্দ্ধনা

তিতাবৰ শিক্ষা খণ্ডৰ অধীনৰ বগাৰগাঁৱৰ বিকিদেবী গট্টানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অনিল বাঘ বৰাক কালি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনায়। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ,বিদ্যালয় পৰিচালনা
Read More...

অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা

গোলঘাট জিলাৰ উত্তৰ উন্নয়ন খণ্ডৰ আৰ্য্যভট্ট কেন্দ্ৰৰ উদ্যোগত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। আৰ্যভট্ৰ কেন্দ্ৰ গোলাঘাট জিলাৰ সমন্বয়ক ইমদাদ আলিৰ সভাপতিত্বত
Read More...

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও শিক্ষকৰ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত তিনি ঘণ্টীয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী সমগ্র অসমৰ লগতে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰা হয়। প্ৰধান শিক্ষক পদ সৃষ্টি, স্নাতক শিক্ষকৰ ৮৭০০ গ্ৰেড পে
Read More...

তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি মহকুমাটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগত তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ সন্মুখত সমবেত হৈ  তিনিঘণ্টীয়া শিক্ষা
Read More...

মুছলপুৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আৰু মুছলপুৰ মহকুমা প্ৰথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাতিপুৱা ১১ বজাত মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত মুছলপুৰ
Read More...

অসম মহিলা অভিযন্তা সন্থাৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ দন্ত পৰীক্ষা শিবিৰ

ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন 'অসম মহিলা অভিযন্তা সন্থা'ৰ উদ্যোগত যোৱা  ১৮ ফেব্ৰুৱাৰীত  গুৱাহাটীৰ  চচলৰ টেপুৰাম টেৰন হাইস্কুলত  ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বিনামূলীয়া   দন্ত পৰীক্ষা শিবিৰ অনুস্থিত হয়।
Read More...

উইপ্ৰ ইণ্ডিয়া অৰ্থিয়ান এৱাৰ্ড প্ৰগেম অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত জ’ভিয়েলভেলী ছাত্ৰ ফাহিম…

উইপ্ৰ ইণ্ডিয়া আৰ্থিয়ান এৱাৰ্ড প্ৰগেমত অসমৰ ভিতৰত দ্বিতীয় স্হান প্ৰাপক নাজিৰা জ'ভিয়েল ভেলী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাহিম ইৰফান আহমেদক কোম্পানীটোৰ তৰফৰ পৰা  ১৮ ফেব্ৰুৱাৰীত বিদ্যালয়ত বঁটা প্ৰদান কৰে। উল্লেখ্য যে দেশৰ অগ্ৰনি
Read More...

বৰবহা হাইস্কুলৰ কৃতী ছাত্ৰক ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান

২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ বৰবহা হাইস্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ আশিস দাসক আজি 'বিভা বৰকটকী প্ৰতিভা বঁটা' প্ৰদান কৰা হয় । বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ তৰফৰ পৰা উক্ত বঁ‌টাটি
Read More...

সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা অৰ্জন ষ্ট্ৰেছি ৰয়ৰ

বিভিন্ন প্ৰান্তৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত সফলতা লাভ কৰি ৰাজ্যবাসীলৈ এটি আনন্দৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে ষ্ট্ৰেছি ৰয়ে। গুৱাহাটী মহানগৰীৰ কামাখ্যাৰ বাসিন্দা তথা গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী ষ্ট্ৰেচি ৰয় নামৰ যুৱতী
Read More...

পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব : হিমন্ত বিশ্ব শৰ্মা

"পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব, নিজ নিজ মাতৃভাষাত পঢ়িব লাগিব ।” বৃহস্পতিবাৰে ধনশিৰি মহকুমাৰ সীমান্তৰ উৰিয়ামঘাটৰ সন্মিলীত বড়ো গণমঞ্চৰ সপ্তম বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি এই মন্তব্য
Read More...