Breaking

Browsing Category

শিক্ষা

ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মডাৰ্ণ ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সম্ভৱা কাশ্যপে

দেশত ক'ৰণা মহামাৰীৰ আতংকময় পৰিবেশৰ মাজতে ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা সম্ভৱা কাশ্যপে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰপ্ৰদেশ ঝাঁচিৰ মনিকৰ্ণিকা আৰ্ট
Read More...

এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি

ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।AHSECৰ অফিচিয়েল ৱেবছাইটত
Read More...

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল, শিক্ষাৰ্থীক উত্তীৰ্ণ কৰা হ’ব দ্বিতীয় বৰ্ষলৈ

ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰা হ’ব দ্বিতীয় বৰ্ষলৈ।AHSEC য়ে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে।
Read More...

শিক্ষক অমৃত ৰাজখোৱাৰ একক প্ৰচেষ্টাত পুথিভঁৰাল মুকলি

ক'ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে শিক্ষক , কবি , গীতিকাৰ, সুৰকাৰ তথা চাবুৱা সমষ্টিৰ অন্তৰ্গত লাইপুলিৰ নিবাসী অমৃত ৰাজখোৱাই  একক প্ৰচেষ্টাৰে এটি পুথিভঁৰাল নিজা বাসভৱনত নিৰ্মাণ কৰি আজি মুকলি কৰা খবৰে সমগ্ৰ
Read More...

ৰঙিয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ,গঠন হʼল অভিভাৱক কমিটি

ৰাজ্যত কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। প্ৰতিবাৰেই কোনো ধৰণৰ আলোচনা অথবা আগজাননী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি মাচুলকে ধৰি শৈক্ষিক মাচুল নিজ
Read More...

আৰণ্যক উদ্যোগত “গঁড়ৰ বিদ্যালয় যাত্রা” সজাগতা সভা

বোকাখাট মহকুমাৰ মহুৰা মৌজাৰ  উত্তৰ মহুৰা আৰু দিচৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি বামুন চাপৰি প্ৰাথমিক বিদ্যালয়ত, বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজনি বংকোৱালৰ প্ৰাথমিক বিদ্যালয়, ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়, বংকোৱালৰ বালিকা উচ্চ
Read More...

কাকজানত চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

অকণ শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ আৰু অলকানন্দা কলামণ্ডলৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লকডাউনৰ সময়ত অনলাইন যোগে সম্পন্ন হোৱা এখনি প্ৰতিযোগিতাৰ পৰা চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা
Read More...

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই

কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন । অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই । চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই । ৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত । কুইপ কৰ্তৃপক্ষই মানি লৈছে
Read More...

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত ব্যৱহাৰিক পৰীক্ষা

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত/হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা । আজি অসম মাধ্যমিক শিক্ষা পৰিষদে এক গোহাৰিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে, ৪ আৰু ৫ মাৰ্চত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা সমূহ। অন্যহাতে লিখিত
Read More...

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত পৰিবেশ আৰু জলবায়ু কোষ, উন্নত ভাৰত অভিযান গোট আৰু মহাবিদ্যালয়খনৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰী বিজ্ঞান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০
Read More...