শিক্ষা

Gunotsav: গুণোৎসৱৰ দিন ঘোষণা, গুণোৎসৱৰ বাবে মুকলি নির্দিষ্ট প’র্টেল

চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ ৩৫খন জিলা। প্রথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব ৰাজ্যৰ ১১খন জিলাত।(Gunotsav)

Education and Teachers:বিষয়ঃ শিŽক্ষা আৰু শিŽক্ষক

এই পৃথিৱীত মানুহেই হ’ল একমাত্ৰ চিন্তাশীল জীৱ।(Education and Teachers) এই গুণটোৰ বাবেই মানুহক কোৱা হয় জীৱশ্ৰেষ্ঠ। চিন্তাশীল বা চিন্তাশক্তি বুলিলে যিখন ক্ষেত্ৰ চিহ্নিত কৰাহয়, সেই ক্ষেত্ৰখন হ’ল বৌদ্ধিক ক্ষেত্ৰ। বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত যিখন ক্ষেত্ৰই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেই ক্ষেত্ৰখনেই হ’ল শৈক্ষিক ক্ষেত্ৰ।

E-Kaksha: ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি ই-কক্ষ

অসমীয়া ভাষাত প্ৰস্তুত কৰা ১০০০টা ভিডিঅ’ পাঠ (e-contents)ৰ শুভাৰম্ভ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই ভিডিঅ’ পাঠসমূহ ‘E-Kaksha’ নামেৰে YouTube আৰু Mission Gyan App-ত বিনামূলীয়াকৈ উপলব্ধ।(E-Kaksha)

High School Leaving Certificate Examination:সময়সূচী ঘোষণা- ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাবে বিবেচিত হৈ অহা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীৰ(15th February, 2025) পৰা অনুষ্ঠিত(High School Leaving Certificate Examination) কৰা হ’ব।

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

১৬ জুলাই, ১৯৬৯ চন। আমেৰিকাই চন্দ্ৰ লৈ মানৱ যান প্ৰক্ষেপ কৰাৰ ভৰপক সময়,এক মিছন। মানৱযান চন্দ্ৰৰ অভিমুখে গতি কৰি আছে আৰু বিজ্ঞানীসকলৰ(Indian Mathematician) কম্পিউটাৰৰ পৰ্দাত দৃষ্টি নিৱদ্ধ।

Popular