Breaking

Browsing Category

শিক্ষা

কলিয়াবৰৰ চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ পৰা ডিষ্টিংচন লৈ উত্তীৰ্ণ হ’ল দৰিদ্ৰ পৰিয়ালৰ সন্তানে ।

কলিয়াবৰ অতি দৰিদ্ৰ পৰিৱেশতেই নিজ প্ৰতিভা আৰু একাগ্ৰতাৰ যোগেদি লাভ কৰা সফলতাই সুগন্ধি বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ নাতি দুৰত্বৰ চিকণী-বৰহোলাত। দৰিদ্ৰতাত কক-বকাই থকা কলিয়াবৰৰ চিকণী-বৰহোলাৰ এইজন ছাত্ৰই আজি ঘোষিত হাইস্কুল শিক্ষান্ত
Read More...

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি কৃতীমানে ।

এ জে আকন্দ‌, নগাঁও আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে তিনি কৃতীমানে। তেওঁলোক হ'ল ঝলক জালান, শিল্পীশিখা ডেকা আৰু ঋত্বিক কুমাৰ সূত। ইয়াৰে নগাঁও চহৰৰ চেন্ট এন্টনিজ ইংলিছ স্কুলৰ  ছাত্ৰী ঝলক
Read More...

ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখলেৰে টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে নীলমনিৰ মানস উত্তম নেওঁ‌গে।

টিংখাং সমগ্ৰ বিশ্বৰ লগতে ভৰতবৰ্ষতো এতিয়া ক'ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কভিড-১৯ ৰ সংক্ৰমণ। তাৰমাজতে টিংখাং মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক ভাস্কৰ নেওঁ‌গ আৰু নীলমনি আদৰ্শ জাতীয়
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : নাজিৰাৰ দহখন বিদ্যালয় এশ শতাংশ : মহকুমাৰ শীৰ্ষ স্থানত মাৰ্কাজ…

নাজিৰা আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নাজিৰা মহকুমাৰ চৰকাৰী আৰু বে- চৰকাৰী বিদ্যালয় সমূহৰ ভিতৰত দহখন বিদ্যালয়ৰ ফলাফল এশ শতাংশ উত্তীৰ্ণ হয় । চৰকাৰী বিদ্যালয় সমূহৰ তুলনাত বে - চৰকাৰী বিদ্যালয়ৰ ফলাফল অধিক সন্তুষজনক
Read More...

নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে নামতিৰ অন্তৰীশ হাজৰিকাই ।

গেলেকী নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে নামতিৰ অন্তৰীশ হাজৰিকাই । মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত ৫৮৬ নম্বৰ সহ অষ্টম স্থান লাভ । আজি ঘোষণা কৰা মেট্ৰিক পৰীক্ষা ফলাফলত ৰাজ্যৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত শিৱসাগৰ জিলা নাজিৰা মহকুমা
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দশম স্হান লাভ কৰিবলৈ সক্ষম হল লংকাৰ ছাত্ৰী অংকিতা দে ।

লংকা আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষা ত অসমৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হল লংকাৰ গুড চামাৰিটন ইংলিশ স্কুলৰ ছাত্ৰী অংকিতা দে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : কি চিন্তাই আগুৰি ধৰিছে পিতৃ-মাতৃ আৰু অভিভাৱকৰ মাজত !

গুৱাহাটী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰে৷ এইবাৰ উত্তীৰ্ণৰ হ’ল ৬৪.৮০ শতাংশ। ইয়াৰে ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হ’ল ৬৬.৯৩ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১ শতাংশ৷ এইবাৰ পৰীক্ষাত অৱৰ্তীন হৈছিল ৩ লাখ ৪২ হাজাৰ ২২৪
Read More...

ক’ৰোনাত আক্ৰান্তৰ তালিকাত পৃথিৱীৰ ষষ্ঠ স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তাৰ নেচনেল ডেস্ক ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে৷ শনিবাৰে ইয়াৰ ব্যতিক্ৰম নহয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনা সংক্ৰমিত হৈছে ৯৮৮৭জনলৈ৷ এদিনত ইমান সংখ্যক মানুহ আগতে
Read More...

ডুমডুমাৰ অন্বেষা তিনিচুকীয়াৰ অবিনাশে দখল কৰিলে অষ্টম আৰু নৱমস্থান ।

তিনিচুকীয়া সদ্যঘোষিত মেট্ৰিকৰ ফলাফলত নৱম স্থান দখল কৰিছে তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱৰ অবিনাশ কেওটে ।তিনিচুকীয়াৰ ছেন্ট ষ্টিফেন স্কুলত অধ্যয়ণ কৰা ছাত্ৰ জনে ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
Read More...

ডিষ্টিংচন নম্বৰ পাই উজলিল সোণতলীৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী৷ আৰ্থিক অনাটনত মৰহি যাব নেকি আশ্ৰাফুল,…

সোণতলী আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ফলাফল৷ দক্ষিণ কামৰূপৰ অতিকৈ পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই ৯৪. ৫ ‌শতাংশ নম্বৰ আৰু আন এগৰাকী ছাত্ৰই ৯৩.৫ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰিতে আন এগৰাকী ছাত্ৰীয়ে ৯১
Read More...