Breaking

Browsing Category

শিক্ষা

ডিষ্টিংচন নম্বৰ পাই উজলিল সোণতলীৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী৷ আৰ্থিক অনাটনত মৰহি যাব নেকি আশ্ৰাফুল,…

সোণতলী আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ফলাফল৷ দক্ষিণ কামৰূপৰ অতিকৈ পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই ৯৪. ৫ ‌শতাংশ নম্বৰ আৰু আন এগৰাকী ছাত্ৰই ৯৩.৫ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰিতে আন এগৰাকী ছাত্ৰীয়ে ৯১
Read More...

লকডাউন আৰু ব‌ক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক

শিক্ষক হৈছে মানুহ গঢ়াৰ নিপুণ খনিকৰ।চৰকাৰী বা বেচৰকাৰী বুলি কথা নাই শিক্ষক সকলে কেবল শিক্ষা দানৰ উদ্দেশ্যৰেই নিজৰ কৰ্তব্য পালন কৰে। ছাত্ৰ- ছাত্ৰীৰ ভবিষ্যৎ জীৱন উজ্জ্বল কৰাত শিক্ষকৰ ভূমিকা সকলোতকৈ ওপৰত । কিন্তু ছাত্ৰ ছাত্ৰীৰ ভবিষ্যৎ গঢ়া
Read More...

টীয়কত কাব্য গ্ৰন্থ উন্মোচন

টীয়ক বৰ্তমান মানুহ ছচিয়েল মিডিয়াত ব্যস্ত। কাব্য গ্ৰন্থ পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ দৈনন্দিন জীৱনৰ ব্যস্ততাত কমি গৈছে। সেয়ে এতিয়া সাধাৰণ মানুহক কবিতা তথা সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিবলৈ লগতে সাহিত্যৰ সৃষ্টিৰ মানদণ্ড অখুন্ন ৰাখিবলৈ ছচিয়েল
Read More...

নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ২০২০-২১ শৈক্ষিক বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কৰা হ'ব৷
Read More...

অনলাইন পাঠ্যক্ৰমে ঢুকি পাইছে নে সকলো ছাত্ৰ ছাত্ৰীক !

দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সমগ্ৰ দেশতে  লকডাউন ঘোষণা কৰা হৈছিল । যাৰ ফলস্বৰূপে দেশৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে স্থিৰ হৈ পৰিছে । সংকটময় সময়ত  সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ পৰা এতিয়ালৈ বন্ধ হৈ আছে
Read More...

বৰভাগৰ ছহিদ ভৱনত নৱম, দশম শ্ৰেণীৰ পাঠদান কাৰ্যসূচী

নলবাৰী ক’ৰোনা মহামাৰীৰ ফলত দেশত চলি থকা লকডাউনৰ সময়খিনিত গ্ৰাম্য অঞ্চলত বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এন্ড্রয়ড মোবাইল উপলব্ধ নহয়। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলৰ মাজত থাকিলেও বিশেষকৈ বহুত অঞ্চলত দিনৰ
Read More...

লামডিঙত বিদ্যালয় মাচুল প্ৰদান কৰাক লৈ উত্তেজনাময় পৰিৱেশ : ডন বছক’ বিদ্যালয়ৰ কৰ্তৃপক্ষই লকডাউনৰ…

লংকা লামডিঙত শনিবাৰে ডন বছক’ বিদ্যালয়ত সংঘটিত হৈছে উত্তেজনাময় পৰিবেশ৷ লকডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয় সমূহক মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল যদিও চৰকাৰী নিৰ্দেশনাক কেৰেপ নকৰাৰ গুৰুত্ব অভিযোগ
Read More...

মিৰ্জাত মাহেকীয়া ই-আলোচনী “অনুপমা” উন্মোচন

নামখলা সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে দক্ষিণ কামৰূপৰ মিৰ্জাৰ এগৰাকী সুলেখিকা শেৱালি দাসে এই লকডাউনৰ সময়তে "অনুপমা" নামৰ এখনী মাহেকীয়া ই-আলোচনী উন্মোচন কৰে৷ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি যোৱা ১৫ মে'ৰ দুপৰীয়া ১২
Read More...

শিল্পীৰ হাতৰ পৰশত নেলছন মেণ্ডেলা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু অখিল গগৈৰ প্ৰতিকৃতি

কলিয়াবৰ  লকডাউনত আমাৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ হ’বলৈ নিদিয়াৰ লক্ষ্যৰে গৃহবন্দীৰ অস্থিৰতাৰ মাজতে নতুন প্ৰজন্মৰ মাজত যোৱা ১২ৰ পৰা ৩০ এপ্ৰিললৈ এলানি প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আয়োজন কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাই।
Read More...

মহাবিদ্যালয় গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন

নাজিৰা অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত  আৰু ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য  ইনফ্লিবনেট (UGC_ Inflibnet) কেন্দ্ৰৰ সহযোগত সোমবাৰে দিনৰ ২-৩০ বজাৰ পৰা ভিডিঅ' কনফেৰেঞ্চযোগে শতাধিক গ্ৰন্থাগাৰিকৰ যোগদানত এক
Read More...