Breaking

ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ শৈক্ষিক সন্মিলন

0 2,037

মহানগৰীত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ উত্তৰ পুৱ ভাৰতৰ শৈক্ষিক সন্মিলন । দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন । উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্ৰী সকলে অংশগ্ৰহণ কৰিছে এই সন্মিলনত । ৰবিবাৰে সামৰণি পৰিব এই সন্মিলনৰ ।
শিক্ষা সমাৰোহত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । অসমৰ ৫ খন কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ । লক্ষীমপুৰ আৰু শিৱসাগৰ কলেজক প্ৰদান কৰা হব বিশ্ববিদ্যালয়ৰ মৰ্যাদা শিক্ষানীতিক ভুয়ুসী প্ৰশংসা মুখ্যমন্ত্ৰীৰ ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ প্ৰধান ।

Leave A Reply