Breaking

গহপুৰত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য‍্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়া / বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ

0 2,029

শুক্ৰবাৰে ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ ভাৰতীয় মিত্ৰজোঁটৰ মনোনীত  প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ উৎপল বৰাৰ হৈ গহপুৰৰ মিচিং অধ্যুষিত অঞ্চল সমূহত   নিৰ্বাচনী প্ৰচাৰ চলায়  পৰমানন্দ ছায়েঙীয়াই।ৰাওনমূখ ,বৰতামুলী,খাৰৈপৰীয়া ,মিছামাৰি ,টকৌবাৰীত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি উৎপল বৰাক জয়ী কৰাবলৈ অনুৰোধ জনায়। সভাত  বংকে সমিতি, পঞ্চায়ত সমিতি,  জিলা নেতৃবৃন্দৰ লগতে উক্ত পঞ্চায়তৰ ৰাইজ উপস্থিত থাকে। বিজেপি চৰকাৰৰ দিনত যথেষ্ট কাম হৈছে বুলি উল্লেখ কৰে মিচিং স্বায়ত্ব পৰিষদৰ চীৰ্ফ পৰমানন্দ চাৰেঙীয়াই।

Leave A Reply