Breaking

ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি…

0 11

অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচন ।মহকুমা বিষয়া ( অসামৰিক) আৰু ৰঙিয়া নির্বাচনী বিষয়াৰ কার্যালয়ত টোল-ফ্রী নম্বৰ ১৯৫০ আৰু মোবাইল নম্বৰ ৮৮৭৬০-৮০৪১৯ৰ জৰিয়তে

জনসাধাৰণৰ যিকোনো সমস্যা সমাধানৰ বাবে যিকোনো সময়ৰ বাবে নিয়ন্ত্রণ কক্ষ আৰু অভিযোগ নিৰাময় ব্যৱস্থা সক্ৰিয় কৰা হৈছে। মুঠ ৪৭৬টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। যাৰ ২৫২টা ভোটকেন্দ্র ৩১নং ৰঙিয়া বিধানসভা

সমষ্টিৰ অন্তর্গত আৰু ২২৪টা ভোটকেন্দ্র ৩২নং কমলপুৰ বিধানসভাৰ সমষ্টি অন্তর্গত হোৱাৰ লগতে ২৬২টা কেন্দ্রত কৰা হ’ব ৱেবকাষ্টিং ।

Leave A Reply