Breaking

উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ “অভিপ্সিত” উন্মোচন…

0 35

উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ “অভিপ্সিত” উন্মোচন।

দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ “অভিপ্সিত” নামৰ এখন কবিতা পুথি উন্মোচন কৰা হয়।

কবিতা পুথি খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড°বসন্ত কুমাৰ গোস্বামীয়ে ।

লেখিকা ময়ূৰী বৰা অধিক আশাবাদী এই নৱতম গ্ৰন্থ খনক লৈ।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply