December 29, 2022 বিশিষ্ট সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ গ্ৰন্থ ‘অনুভৱৰ জোনাক’ উন্মোচন Share FacebookTwitterWhatsAppTelegramKooEmail বিশিষ্ট সাহিত্যিক তথা ৰসকোঁৱৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ গ্ৰন্থ ‘অনুভৱৰ জোনাক’ উন্মোচন৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই আৰু বিশিষ্ট ব্যক্তিসকলে। Author: দৈনন্দিন বাৰ্তা Related Articles বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026