Breaking

ৰোজগাৰ মেলাত ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

0 86

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত নিযুক্তিপ্ৰাপ্তসকলক ৭০,১২৬খন নিযুক্তি পত্ৰ ভাৰ্চুৱেলি বিতৰণ কৰে।তেওঁ কয় ‘ৰোজগাৰ মেলা’ এন ডি এ-বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। পূৰ্বৰ চৰকাৰসমূহে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল’।

তেওঁ লগতে দাবী কৰে যে পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াত ১-১.৫ বছৰ সময় লাগিছিল যদিও এতিয়া মাত্ৰ কেইমাহমানহে লাগে।

Leave A Reply