Breaking

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ইংলেণ্ডৰ তাৰকা পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ

0 34

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ইংলেণ্ডৰ তাৰকা পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এছেজৰ পঞ্চম টেষ্টেই হ’ব ষ্টুৱাৰ্ট ব্ৰডৰ কেৰিয়াৰৰ অন্তিমখন মেচ।

৩৭ বছৰ বয়সত অৱসৰ ঘোষণা ইংলিছ ক্ৰিকেটাৰগৰাকীৰ।

ইংলেণ্ডৰ হৈ ব্ৰডে ১৬৭খন টেষ্টত লাভ কৰিছে ৬০২টা উইকেট।

সংগ্ৰহ কৰিছে ৩৬৫৪ ৰাণ। উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটত বিশ্বৰ পঞ্চম সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ষ্টুৱাৰ্ট ব্ৰড।

Leave A Reply