বিনোদন

‘সম্পৰ্ক বজাই ৰখাটো সহজ নহয়…’ – ৰণবীৰ কাপুৰ…

আলিয়া ভাট-ৰনবীৰ কাপুৰঃ শেহতীয়াকৈ এটা চেট শ্ব’ৰ সময়ত ৰণবীৰ কাপুৰে নিজৰ বিবাহিত জীৱনৰ বহু গোপন কথা প্ৰকাশ কৰিছিল। ৰণবীৰ কাপুৰে কয় যে আলিয়াই তিতা...

অৰীৰ হাতত ৯ লাখ ৮০ হাজাৰৰ ঘড়ী, ডেৰ লাখ মূল্যৰ জোতা; আছে ৫টা মেনেজাৰ…

Bigg Boss 17: ছলমান খানৰ শ্ব’ত প্ৰৱেশ কৰিছে অৰী। বিগ বছ১৭ৰ ঘৰলৈ লৈ আহিছে তেওঁ বহুত লাগেজ। বিগ বছ ১৭ত অৰীক আদৰণি জনাইছে ছলমান...

কন্যা ৰাহাৰ নামেৰে টেটু অভিনেতা ৰণবীৰ কাপুৰৰ…

ৰণবীৰ কাপুৰ টেটুঃ ৰণবীৰ কাপুৰে নিজৰ কন্যা ৰাহাৰ নাম টেটু কৰিছে। আগন্তুক ছবি এনিমেলৰ প্ৰচাৰৰ সময়ত অভিনেতাগৰাকীয়ে নতুন টেটুৰ আভাস দেখুৱাইছিল। বৰ্তমান বলিউডৰ...

চেলিব্ৰিটিৰ সৈতে সঘনে দেখা অৰি ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰে বিগ বছ ১৭ত…

বিগ বছ ১৭: বিগ বছ হাউচত অৰি ওৰফে অৰহান অৱত্ৰামণিৰ প্ৰৱেশৰ খবৰ ওলাইছে। বিগ বছ ১৭ আজিকালি বাতৰিৰ শিৰোনামত। টি আৰ পি ৰেটিংত এই...

গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ ‘লাচিত: দ্য ৱাৰিয়ৰ’ৰ প্ৰদৰ্শন; বঁটা প্ৰদান..

গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ 'লাচিত: দ্য ৱাৰিয়ৰ'ৰ প্ৰদৰ্শন; বঁটা প্ৰদানগোবাত অনুষ্ঠিত হোবা ৫৪ সংখ্যক আন্তর্জাতিকচলচ্চিত্র মহোৎসৱৰইণ্ডিয়ান পেনোৰমাত ২১ নবেম্বৰৰ সন্ধিয়া প্রদর্শিত হয়...

Popular