Breaking

কাৰ চকুৰ সৈতে কাৰ চকুৰ মিল! বলিউদত এতিয়া চকুৰ মণিক লৈ চৰ্চা, কৰীনাতকৈ কৰিশ্মাক কিয় বেছি ভালপাই ৰাজ কাপুৰে…

0 30

কৰীনা কাপুৰ খানে জ্যেষ্ঠ ভগ্নী কৰিশ্মা কাপুৰ আৰু ৰাজ কাপুৰৰ মাজত থকা বন্ধন সম্পৰ্কে কৰে মন্তব্য। অভিনেত্ৰী কৰীণাই কৈছিলমোতকৈ কৰিশ্মাক বেছি ভাল পায় দাদা ৰাজ কাপুৰে। বি-টাউনৰ জনপ্ৰিয় ভগ্নী কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ খানক কোনো পৰিচয়ৰ প্ৰয়োজন নাই। য’ত কৰিশ্মা ৯০ দশকত শীৰ্ষ অভিনেত্ৰী আছিল। আনহাতে আজি কৰীনাৰ নাম বলীউডৰ ডাঙৰ নায়িকাৰ ভিতৰত অন্তৰ্ভুক্ত।

এই দুগৰাকী ভগ্নীয়ে প্ৰায়ে ইজনে সিজনৰ লগত মানসম্পন্ন সময় কটোৱা দেখা যায়। দুয়োৰে মাজত বহু মৰম। অৱশ্যে ইমান মৰম থকাৰ পিছতো কৰিশ্মাৰ এটা কথাই কৰীনাক বিৰক্ত কৰে আৰু ইয়াৰ বাবেই ঈৰ্ষা হয়। আচলতে বেবোৰ অনুভৱ হয় যে দাদা ৰাজ কাপুৰে কৰিশ্মা কাপুৰক বেছি ভাল পাই। এই কথা প্ৰকাশ কৰিছে নিজেই কৰীনাই। এক সাক্ষাৎকাৰত কৰীনা কাপুৰে কৈছিল যে মোৰ দাদা ৰাজ কাপুৰে মোতকৈ কৰিশ্মাক বেছি ভাল পায়। কৰীণাই কয় যে কৰিশ্মাৰ চকু দাডুৰ দৰে নীলা। এই বাবেই কৰিশ্মাক বেছি ভাল পাই ৰাজ কাপুৰে এইদৰে কয় কৰীণা কাপুৰে।

Leave A Reply